এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বহল ব্যাকৰণ।
| বিভক্তি | একবচন | বহুবচন | ||
| তৃতীয়া | পাৰৰ দ্বাৰা বা |
পাৰবিলাকৰ দ্বাৰা বা | ||
| চতুৰ্থী | পাৰলৈ পাৰক |
পাৰবিলাকলৈ পাৰবিলাকক | ||
| পঞ্চমী | পাৰৰ পৰা | পাৰবিলাকৰ পৰা | ||
| ষষ্ঠী | পাৰৰ | পাৰবিলাকৰ | ||
| সপ্তমী | পাৰত | পাৰবিলাকত |
আ-কাৰান্ত শব্দ—লৰা।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | লৰাই | লৰাবিলাকে | ||
| দ্বিতীয়া | লৰাক | লৰাবিলাকক | ||
| তৃতীয়া | লৰাৰে লৰাদি, লৰাইদি |
লৰাবিলাকেৰে লৰাবিলাকেদি | ||
| চতুৰ্থী | লৰালৈ লৰাক |
লৰাবিলাকলৈ লৰাবিলাকক | ||
| পঞ্চমী | লৰাৰ পৰা | লৰাবিলাকৰ পৰা |