এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
বহল ব্যাকৰণ।
ব্যঞ্জনান্ত শব্দ - মানুহ্।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | মানুহে | মানুহবিলাকে | ||
| দ্বিতীয়া | মানুহক | মানুহবিলাকক | ||
| তৃতীয়া | মানুহেৰে মানুহেদি |
মানুহবিলাকেৰে মানুহবিলাকেদি | ||
| চতুৰ্থী | মানুহলৈ মানুহক |
মানুহবিলাকলৈ মানুহবিলাকক | ||
| পঞ্চমী | মানুহৰ পৰা | মানুহবিলাকৰ পৰা | ||
| ষষ্ঠী | মানুহৰ | মানুহবিলাকৰ | ||
| সপ্তমী | মানুহত | মানুহবিলাকত |
অ-কাৰান্ত শব্দ - পাৰ।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | পাৰই | পাৰবিলাকে | ||
| দ্বিতীয়া | পাৰক | পাৰবিলাকক | ||
| তৃতীয়া | পাৰৰে পাৰদি, পাৰইদি |
পাৰবিলাকেৰে পাৰবিলাকেদি |