পাঁচনি ধাতু কৰা আৰু কৰোৱা। | ||||||
ধাতু |
প্ৰত্যয় |
সিদ্ধ পদ |
প্ৰত্যয় |
সিদ্ধ পদ |
প্ৰত্যয় |
সিদ্ধ পদ |
পাঁচনি ধাতু শুৱা আৰু শুউৱা। | ||||||
শুৱা |
ওঁতা |
শুৱাওঁতা |
ওঁতে |
শুৱাওঁতে |
আ |
শুৱাৱা |
ইয়াত আ আৰু অন প্ৰত্যয় কৰি যি কেইটা পদ সিদ্ধ হৈছে, সিহঁত অনুচ্চাৰণীয় ৰূপ। সেই দেখি পাঁচনি কোনো ধাতুতে কৃতৰ অন প্ৰত্যয় নহয়। আ প্ৰত্যয় কৰি যিবিলাক সিদ্ধ হৈছে, সিহঁত যে শুনিবলৈ বৰ মধুৰ, এনেও নহয়। সিহঁতক উচ্চাৰণ কৰাও উজু নহয়, জিভাই দোৰোল নাখায়। সেই দেখি মানুহে শ্ৰুতিমধুৰ কৰিবলৈ কৰাৱা কৰোৱাৱা, এই দুয়ো ৰূপৰ সলনি অনিয়মিতৰূপে কৰোৱা ব্যৱহাৰ কৰে আৰু শুৱাৱা শুউৱাৱা ৰূপৰ সলনি শুউৱা ব্যৱহাৰ কৰে।
⸻⸺