পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
বহল ব্যাকৰণ।
অনুজ্ঞা।
কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

শুৱা
শুৱাবি

শুউৱা
শুৱাবা

শুৱাক, শুৱাওক
শুৱাব

পাচনি শুউৱা ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

শুউৱাওঁ
শুউৱাইছোঁ
শুউৱালোঁ
শুউৱাইছিলোঁ
শুউৱালোহেঁতেন
শুউৱাম

শুউৱাব
শুউৱাইছ
শুউৱালি
শুউৱাইছিলি
শুউৱালিহেঁতেন
শুউৱাবি

শুউৱাওৱা
শুউৱাইছা
শুউৱালা
শুউৱাইছিলা
শুউৱালাহেঁতেন
শুউৱাবা

শুউৱায়
শুউৱাইছে
শুউৱালে
শুউৱাইছিলে
শুউৱালেহেঁতেন
শুউৱাব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

শুউৱা
শুউৱাবি

শুউওৱাঁ
শুউৱাবা

শুউৱাক, শুউৱাওক
শুউৱাব

 শুৱা ধাতুৰ নিত্য বৰ্ত্তমান কালত দ্বিতীয় পুৰুষৰ আদৰত যি ৰূপ হয় সি বৰ চলিত নাই, আৰু শুউৱা ধাতুৰ সেই কালত দ্বিতীয় পুৰুষৰ অনাদৰত, আৰু অনুজ্ঞাৰ আদৰত যি ৰূপ হয, তাৰো প্ৰচলন কম।