পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
বহল ব্যাকৰণ।
কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

সাম্ভব্য ভূত
ভবিষ্যৎ

কৰোৱালোহেঁতেন
কৰোৱাম

কৰোৱালিহেঁতেন
কৰোৱাবি

কৰোৱালাহেঁতেন
কৰোৱাবা

কৰোৱালেহেঁতেন
কৰোৱাব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

কৰোৱা
কৰোৱাবি

কৰোওৱা
কৰোৱাবা

কৰোৱাক, কৰোৱাওক
কৰোৱাব

 নিত্য বৰ্ত্তমান কালৰ ২য় পুৰুষৰ আদৰত সূত্ৰ মতে কৰোৱাৱা হব লাগে, কিন্তু তেনে ৰূপ চলিত নাই। অনাদৰৰ ৰূপেই আদৰতো চলে। আৰু অনুজ্ঞাৰ নিত্য বৰ্ত্তমান কালৰ ৩য় পুৰুষৰ ৰূপ কৰোৱাওক যদিও ব্যাকৰণ মতে শুদ্ধ, ব্যৱহাৰত নাই, বা অতি বিৰল।

পাচনি শুৱা ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

শুৱাওঁ
শুৱাইছোঁ
শুৱালোঁ
শুৱাইছিলোঁ
শুৱালোহেঁতেন
শুৱাম

শুৱাব
শুৱাইছ
শুৱালি
শুৱাইছিলি
শুৱালিহেঁতেন
শুৱাবি

শুৱাওৱা
শুৱাইছা
শুৱালা
শুৱাইছিলা
শুৱালাহেঁতেন
শুৱাবা

শুৱায়
শুৱাইছে
শুৱালে
শুৱাইছিলে
শুৱালেহেঁতেন
শুৱাব