পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
বহল ব্যাকৰণ।

৫১। পাঁচনি ধাতুৰ ৰূপ।

পাচনি কৰা ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

কৰাওঁ
কৰাইছোঁ
কৰালোঁ
কৰাইছিলোঁ
কৰালোহেঁতেন
কৰাম

কৰাব
কৰাইছ
কৰালি
কৰাইছিলি
কৰালিহেঁতেন
কৰাবি

কৰোৱা
কৰাইছা
কৰালা
কৰাইছিলা
কৰালাহেঁতেন
কৰাবা

কৰায়
কৰাইছে
কৰালে
কৰাইছিলে
কৰালেহেঁতেন
কৰাব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

কৰা
কৰাবি

কৰোঁৱা
কৰাবা

কৰাক, কৰাওক
কৰাব

পাচনি কৰোৱা ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত

কৰোৱাওঁ
কৰোৱাইছোঁ
কৰোৱালোঁ
কৰোৱাইছিলোঁ

কৰোৱাৱ
কৰোৱাইছ
কৰোৱালি
কৰোৱাইছিলি

কৰোৱা
কৰোৱাইছা
কৰোৱালা
কৰোৱাইছিলা

কৰোৱায়
কৰোৱাইছে
কৰোৱালে
কৰোৱাইছিল