এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
বহল ব্যাকৰণ।
| অনুজ্ঞা। | ||||||
| কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
জী |
জীয়াঁ |
জীয়ক, জীওক | ||
ও—কাৰান্ত সকৰ্ম্মক ৰো ধাতু।
| কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
| অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
ৰোঁ |
ৰোৱ |
ৰোৱা |
ৰোৱে | ||
| অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
ৰো |
ৰোৱাঁ |
ৰোৱক, ৰোওক | ||