পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ই—কাৰান্ত সকৰ্ম্মক দি ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

দিওঁ
দিছোঁ
দিলোঁ
দিছিলোঁ
দিলোহেঁতেন
দিম

দিয়
দিছ
দিলি
দিছিলি
দিলিহেঁতেন
দিবি

দিয়া
দিছা
দিলা
দিছিলা
দিলাহেঁতেন
দিবা

দিয়ে
দিছে
দিলে
দিছিলে
দিলেহেঁতেন
দিব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

দে
দিবি

দিয়াঁ
দিবা

দিয়ক, দিওক
দিব

ঈ—কাৰান্ত সকৰ্ম্মক জী ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

জীওঁ
জীছোঁ
জীলোঁ
জীছিলোঁ
জীলোহেঁতেন
জীম

জীয়
জীছ
জীলি
জীছিলি
জীলিহেঁতেন
জীবি

জীয়া
জীছা
জীলা
জীছিলা
জীলাহেঁতেন
জীবা

জীয়ে
জীছে
জীল
জীছিলে
জীলহেঁতেন
জীব