পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
বহল ব্যাকৰণ।

৩৮। মৌলিক ধাতুৰ ৰূপ।

ব্যঞ্জনান্ত সকৰ্ম্মক ধৰ ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

ধৰোঁ
ধৰিছোঁ
ধৰিলোঁ
ধৰিছিলোঁ
ধৰিলোহেঁতেন
ধৰিম

ধৰ
ধৰিছ
ধৰিলি
ধৰিছিলি
ধৰিলিহেঁতেন
ধৰিবি

ধৰা
ধৰিছা
ধৰিলা
ধৰিছিলা
ধৰিলাহেঁতেন
ধৰিবা

ধৰে
ধৰিছে
ধৰিলে
ধৰিছিলে
ধৰিলেহেঁতেন
ধৰিব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

ধৰ
ধৰিবি

ধৰাঁ
ধৰিবা

ধৰক, ধৰোক
ধৰিব

ব্যঞ্জনান্ত অকৰ্ম্মক পৰ্ ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান

পৰোঁ
পৰিছোঁ

পৰ
পৰিছ

পৰা
পৰিছা

পৰে
পৰিছে