পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
বহল ব্যাকৰণ।

ক্ৰিয়া বিভক্তি।

কাল প্ৰথম পুৰুষ
মই, আমি
দ্বিতীয় পুৰুষ। তৃতীয় পুৰুষ
সি, আপুনি,
তেখেত
তুচ্ছাৰ্থত বা
অনাদৰ অৰ্থত
তই, তহঁত
আদৰ অৰ্থত
তুমি, তোমালোক
নিত্য বৰ্ত্তমান ওঁ
স্বৰূপ বৰ্ত্তমান ইছোঁ ইছ ইছা ইছে
স্বৰূপ ভূত ইলোঁ ইলি ইলা ইলে
অপূৰ্ণ ভূত ইছিলোঁ ইছিলি ইছিলা ইছিলে
সাম্ভব্য ভূত ইলোহেঁতেন ইলিহেঁতেন ইলাহেঁতেন ইলেহেঁতেন
ভবিষ্যৎ ইম ইবি ইবা ইব

অনুজ্ঞাৰ বিভক্তি।

কাল দ্বিতীয় পুৰুষ। তৃতীয় পুৰুষ
তুচ্ছাৰ্থত বা
অনাদৰ অৰ্থত
তই, তহঁত
আদৰ অৰ্থত
তুমি, তোমালোক
নিত্য বৰ্ত্তমান আঁ অক বা ওক
ভবিষ্যত ইবি ইবা ইব