এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত কৃষ্ণৰ আগত ভৈলা যেন লোট সোট। পবি ব্ৰহ্মাদেব ভূমিত পৰিয়া বাগৰিবে লৈলা সুবৰ্ণৰ তুম্ভ গোট॥ ভণিলা শঙ্কৰে কৃষ্ণপদ স্মৰি ব্ৰহ্মাৰ তুতি বচন। কৰুণা সাগৰ চিন্তিয়ে৷ কৃষ্ণক সমাজিক যত জন। প্ৰাণেৰ সখি সঙ্গে আলো খড়ি মুঠি দিহা। সখিহে কি মেৰি দূৰ কোপাল প্ৰাণেৰ সখিহে কি মেৰি অভাগ্য কোপাল হে মই বলো ৰান্ধানশালে। ধোৱাই খাবাৰ চলে কান্দো। যাইতে নপাৰিলে৷ আখাৰতে দিয়া শুনিয়া বংশীৰ গীত তনু ভৈলা জৰ্জৰিত কেন মতে অন্ন মুঠি ৰান্ধো॥ আখাৰ কিনাৰে বহি মাথা ঘুৰি পৰে৷ মই মজিয়াক আহে৷ আৰু যাওঁ। ( 9 )