পৃষ্ঠা:ফুল.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৶৹ ]

২। দীপ্তি (২য় সংস্কৰণ)॥৹

 “দীপ্তিৰ আলোত আযি নিজে এখোপ ওপৰলৈ উধাইছোঁ বুলি। ভাৱোঁ”।  ৺লক্ষীনাথ বেজবৰুৱা।

৩। ৰহঘৰা (পঞ্চম সংস্কৰণ) ১॥৹

 “ৰহঘৰা ৰহঘৰাই হৈছে”।  ৺লক্ষীনাথ বেজবৰুৱা।

৪। ৰগৰ ( চতুৰ্থ সংস্কৰণ) ১॥৹

 “ৰগৰে নগৰত যেনেকৈ ৰগৰ লগাব, গাওঁ-ভূঁইতো তেনেকৈ 'ৰহইচ' লগাব। ৰগৰ লেখক অসমীয়া সাহিত্যিকৰ মাজত তগৰ ফুল।

 শ্ৰীঅম্বিকাগিৰি ৰায় চৌধাৰী।

(চেতনা ৫ম বছৰ, ১৬৬ পৃঃ)

৫। বহুৰূপী (২য় সংস্কৰণ) ১৷৹

 বহুৰূপী লগত থাকিলে হাঁহিৰ ৰোলত দুখ-বেজাৰ, অসুখ-অশান্তি পলাই ফাঁট মাৰিব।

বিবিধ।

 ১। সাতসৰী। (গল্প-৩য় সং) ১৷৹
 ২। আত্মানন্দৰ আত্মকাহিনী (খুহুটীয়া গল্প- ২য় সং) ৸৹
 ৩। কৰ্মবীৰ চন্দ্ৰনাথ (খনচেৰেকহে আছে) ১৲
 ৪। গোহাঞি−বৰুৱা (জীবনী)॥৹
 ৫। প্ৰদীপ (একাদশ সং) ১৷৹
 ৬। সাহিত্য-মুক্তাৱলী (৫ম সং) ১৷৶৹
 ৭। সংস্কৃত ব্যাকৰণাদৰ্শঃ (৩য় সং) ২৷৹
  বাকীবিলাক ছপা হ'ব লাগিছে।