পৃষ্ঠা:ফুল.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৶৹ ]

৬। ফুল—(পঞ্চম সংস্কৰণ)  ২৲

 সংস্কৰণৰ সংখ্যাই জনপ্ৰিয়তাৰ পৰিচয়।

নাটক

১। সতীৰ তেজ ( ৩য় সংস্কৰণ) ১॥৹

 অসমীয়া ভাষাত ইয়াতকৈ উৎকৃষ্ট নাটক ওলোৱা নাই।

২! পৰাচিত (সামাজিক) ১৲

 পমুৱা-সমস্যা আৰু ধনী মানুহৰ স্বাৰ্থপৰতাৰ হু-বহু চিত্ৰ—অসমীয়া হিন্দু মুচলমানৰ মিলাপ্ৰীতিৰ অকৃত্ৰিম আলেখ্য।

৩। নগৰৰ বিহুতলী ( ধেমেলীয়া)॥৶৹

 আমোদ আৰু শিক্ষাৰ সমন্বয় ইয়াৰ বিশেষত্ব।

৪। পোহনীয়া কুকুৰ [ ধেমেলীয়া ]॥৹

 ধেমালিৰ ছলেৰে প্ৰকাশ কৰা আধুনিক ৰাজনীতি আৰু সমাজনীতিৰ স্বৰূপ।

 “নগৰৰ বিহুতলী আৰু পোহনীয়া কুকুৰে অসমীয়া ধেমেলীয়া নাটকৰ মাজত বিশিষ্ট আসন লব”। —বিহলঙনি।

৫। কীচক বধ ( ধেমেলীয়া)॥৹

 মহাভাৰতৰ কীচক বধৰ যোগেদি আধুনিক কীচকসকলৰ ভাগ্যগণনা।

কাব্য আৰু কবিতা।

১। অসম-সন্ধ্যা-৩৲

 মানৰ দিনৰ ঘটনা লৈ লিখা বাইশ সৰ্গৰ শ্ৰেষ্ঠ কাব্য। “এই কাব্যৰ পৰা আমাৰ সাহিত্যৰ গাম্ভীৰ্য বাঢ়িব”।

 – (স্বাঃ) শ্ৰীকৃষ্ণকান্ত সন্দিকৈ

[ ভাইচ্ চেঞ্চেলাৰ, গুৱাহাটী-বিশ্ববিদ্যালয়। ]