পৃষ্ঠা:ফুল.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীদণ্ডিনাথ কলিতাৰ বিবিধ গ্ৰন্থ।
উপন্যাস।
১। আবিষ্কাৰ-৩৲

 “সমাজ-সংস্কাৰ কাৰ্য্যত এই উপন্যাসখনিয়ে সাহায্য কৰিব বুলি আমি আশা ৰাখিলোঁ।” -নতুন অসমীয়া।

 “ছপাই বন্ধাই উপহাৰ দিবলগীয়া কিতাপ”।–বিহলঙনি।

২। অদৃষ্ট-১৸৹

 ঘটনাৰ সমাবেশ অতি চমকপ্ৰদ—ডিটেক্টিভ উপন্যাসতকৈও ৰোমাঞ্চকৰ।

 “গাৱঁলীয়া চৰিত্ৰৰ নিখুঁত অঙ্কনেই হৈছে অদৃষ্ট উপন্যাসৰ বিশেষত্ব”। -বিহলঙনি।

৩। গণ-বিল্পব-১৷৶৹

 ইয়াত ধৰ্ম্ম, বুৰঞ্জী, ৰাজনীতি, সমাজনীতি সকলোৰে সমন্বয়। “পাঠকক আকৰ্ষণ কৰি ৰখাৰ ক্ষমতা আছে”। -বিহলঙনি।

৪। হত্যাকাৰী কোন-১৶৹

 ৰোমাঞ্চকৰ ঘটনাৰে ভৰপুৰ ডিটেক্টিভ উপন্যাস হলেও ইয়াত কোনো অস্বাভাৱিক বা অবাস্তৱ ঘটনা নাই।

 “গাৱঁলীয়া চৰিত্ৰ সুন্দৰকৈ ফুটি উঠিছে।” -বিহলঙনি।

৫। পৰিচয়-১॥৩

 পৰিচয়ৰ মাজতে কিমান জটিলতা সোমাই থাকে, কিমান হৰ্ষ-বিষাদৰ সৃষ্টি হয়, তাঁৰ সম্ভেদ মনোমুগ্ধকৰ উপন্যাস পৰিচয়ত পাব।