পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৭৮ পৰমৰ্থ দৰ্পণ। জ্ঞানেই, যেতিয়া তোমাৰ লাভ নহল, তেতিয়া, শৰীৰ আৰু আত্মা, দুয়োটা গোটকৈ পূৰ্ণ মনুষ্যৰ জ্ঞান, কি স্বৰূপে আয়ত্ত কৰিবা? এনে অৱস্থাতো যদি কৈ উঠা “নই, মোক ভালকৈ চিনিছে।”। তেনেহলে এনে কোৱা নিশ্চয়কৈ, তোমাৰ বলিয়ালি বাজে একো নহয়। আকৌ, যি জনে নিজক নৌচিনিয়েই, ঈশ্বৰক চিনে। বুলি গপায়, সি আৰু চৰি বলিয়া। নিছল। মগনিযাপ এটাই যদি, এনে বুলি ফন্তি মাৰে, সে, “মই নিতে, এ হেজাৰ কুলু- ৱক ভোজ নিও, তাৰ এই কথা কোনোবাই পতিয়াব নে? তেনে ভোজ-দিও তাৰ : গত কথিত ভাওক তা- নব উপমা হব পাৰে। | এতেখিনি পৰ যি বৰ্ণেৰ। হল, তাৰ পৰা আত্মাৰ মত্ব অনুৰূপীয়া কৈ বুজা গল। এতিয়', এই অৰি বুজিবলৈ বাকী ৰৈছে। মহাদানী খোদাতায়ালাই, তোমাক, এনে এটি, অনুপম, অত্যুৎকৃষ্ট মহাৰ্গ ৰত্ন দান কৰি, কোনাব সামান্য চকুৰ আঁৰত লুকুৱাই গৈছে। যদি, তুমি সেই পৰুগীয়া, গাৰ ওচৰীয়া, বিতোপন দ্ৰব্যটি, পামানে পুৰুষাৰ্থ কৰি বিচাৰি নোণোৱা, তেনেহলে, অন্তিম কালত মহা অথন্তৰত আৰু দইনত পাৰিব। এতেকে, কওঁ, সংসাৰৰ মোহ-মায়াৰ ধাউতিত জলাঞ্জলি দি, ওখ গৌৰবৰ সিংহাসনত বহিবৰ কাৰবাৰ কৰ।। • সি পুৰী, অনন্ত সৌভাগ্য, অসীম সন্মান লাভৰ গুটি সিৰ্চা।