পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। আছে; আৰু সিহঁতে পাঁচ ইন্দ্ৰিয়ৰ সাহায্যে, জড়-পদাৰ্থৰ অৱস্থা জানিব পাৰে। কিন্তু সত্য-তত্ত্ব অনুসন্ধান আৰু স্বৰূপ দৰ্শন, আত্মাৰ সুকীয়া কাৰ্য। কিয়নো, এইটো, মনুষ্যাত্মৰ স্বভাৱ-সিদ্ধ ধৰ্ম্ম। সেই কাৰণেই মানুহে, কোনো, অনাভুৱা ন-বস্তু, বা ন-ঘটনা দেখিলে, ধ্যান মন লগায় চায়, নানা প্ৰশ্ন, সুধি-পুছি, ভালকৈ গতি-গুৰিলৈ, তাৰ সত' নিৰূপণ কৰিলৈ যৎ পৰেনস্তি অয়াস, উদ্বেগ কৰে। তাত সফল হলে, তৰ আনৰ পৰিসীমা নাই- কিয়া হয়, অ'ৰু সেই বাবে, নিজক পৰম গৌৰবান্বিত জ্ঞান কৰি যশস্য লবলৈ ও নেৰে। বঢ়িয়া, ওখ খাপৰ কাম নেলাগে চোন, সামনে, হীন কাম এটাৰ জ্ঞান লাভ কৰিব পাৰিলেও, মনুহে অতি আমোদ- দি পায় আৰু পুৰুষালি বুজে। চোৱা, দব-খেল এটা, ধেমালিত বাজে একো নহয়; এই সামান্য ক্ৰাড়!ত যি পৈণত সিতাত গৌৰব লবলৈ আৰু ফিতাহি মাৰিবল সঙ্কুচিত নহয়। প্ৰিয় পাঠক! এতিয়া ভালমতে বুজিছা আত্মাৰ তৃপি 'নৰ মাজত নিহিত। আকৌ শুন, যি কাম, যিমান গধুৰ অৰ্থাৎ ডাঙ্গৰ বিধৰ, তাৰ জ্ঞান-ভৰ গৌৰব, পুৰুষালি, আৰু সেই কাৰণে চনৰ উলাহ-তানন্দ, সিমন সহ। দবা-খেলত অপাট জনতকৈ, যি জনে গণিত আৰু জ্যোতিষ বিদ্যাত পাৰ্গতালি লভি, গ্ৰহ, নক্ষত্ৰাদিৰ, গঢ়-