পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। | পাঠক। এই আষাৰি কথাও মনত সাঁচি থোৱা। যিজনে প্ৰকৃত ছুফীৰ কোনো গুণ অনুষ্ট, পীয়াকৈ পাইছে, তেঁও প্ৰকৃত আলেমতকৈ শ্ৰেষ্ঠ নহয়; আকৌ চোৱা এই শ্ৰেণীৰ ভালেখিনি ছুফীৰ ভাগত এনে কুৱাও ঘটে, যে, প্ৰথমতে তেঁও বিলাকৰ গাত প্ৰকৃত ওলীৰ কিঞ্চিৎ লক্ষণ দেখাদি অলপ কালৰ পাচত, আকৌ মাৰ যায়। সেই দৰে, ছুফীও দেখা যায়, যি, ছুফীৰ বাটে চলি থাকি ২ মতি ভ্ৰষ্ট হৈ একেবাৰে উদ্বাউল হৈ পৰে। এনে বিধ ছুফীৰ একো মূল্য নাই। | সমাজিকত দেখা কোনো ঘটনা, যেনেকৈ মিছা হয়, ছুফী লোকৰ অৱস্থাতে তেনে ঘটে; তাক বাছি, বিচাৰি লব, নেজানিলে ডাঙ্গুৰ ঠগত পৰা যায়। যি সকল ছুফী দৰাচলে পৈণত, যি বিলাকৰ জ্ঞান, ধৰ্ম্ম-নীতি আৰু সমাজ নীতিৰ অনুৰূপ, আৰু যি বিলাক, ছেলেম-লাদুন্ন অৰ্থাৎ খোদাতায়ালাৰ ফালৰ পৰা বিশুদ্ধ জ্ঞানৰ গৰাকী হৈছে, তেও লেকহে মাথোন, শাস্ত্ৰজ্ঞানী আলেমতকৈ শ্ৰেষ্ঠ। এনে ছুফী নিচেই পাতল। | প্ৰিয় পাঠক! প্ৰকৃত ছুফীৰ জ্ঞানৰ ওপৰত অবিশ্বাস নকৰিৱ।। তেঁও লোক বাস্তবিক মহৎ; সেই মহত্ত্বত মান্তি হব।। আজি কালি দিনৰ ভাগুক ছুফীক দেখি, প্ৰকৃত ছুফীক অনাদৰ, অশ্ৰদ্ধা নকৰিবা। যি বোৰে শাস্ত্ৰ- জ্ঞান আৰু বিদ্যাৱন্ত আলেমৰ কুৎসা গাই ফুৰে,