পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাৰ্থ-দৰ্পণ। ভাঙ্গিছে। কিন্তু যি সকলয়ালেমে প্ৰকৃত বিদ্যা শিকি, নানা শাস্ত্ৰ পঢ়ি “মোত পৰ কোন আছে” এই অহংকাৰ ফেৰি এৰি পেলাইছে, তেৱে হে সত্য আলেম, এনেয়ালেম সমন্ধে শাস্ত্ৰ বিদ্যাই একো ব্যাঘাত নকৰে। | এতিয়া বুজিব পাৰিছা, যদি কোনো পূৰ্ণ-জ্ঞানী, তত্ত্ব-দশী মহাত্মাই, বহিজ্ঞান প্ৰকৃত জ্ঞানৰ বাধক বুলি কয়, তেওঁৰ কথা বাৰি দলিয়াই পেলোৱা অযুগুত। কিন্তু, এই কালত, এতৰপ মানুহ ওলাইছে যি, অবৈধ ৰক বৈধ বোলে, তত্ত্ব-জ্ঞানৰ পোহৰ, ছয়-ময়া কৈ ও দেখা নাই, অপচ, নিজে পৰম মধু বুলি শবদ তোলে। ছুফী লোকৰ ৰচিত কেতবোৰ কূট প্ৰশ্ন আও ৰাইলৈ, দুৰ্জয় পণ্ডিত ফলায়; বিদ্যা আৰু বিদ্যৱন্ত আলেম সকলৰ, দুৰ্নাম, কুৎসা ৰটনা কৰে। ইহঁত, মানুহ ৰূপী শয়তান। খে;দা, (ক) ৰছুলৰ পৰম বৈৰা। স্বয়ং খোদাতায়ালা তাৰু তেঁওৰ ৰছুলে (ছ; য়া; অ; বিদ্যা আৰু বিদ্য'ৱন্তৰ গুণ বখানিছে; সমস্ত মনুষ্য জাতিক বিদ্যা শিক্ষালৈ আবাহন কৰিছে। এই দুৰ্ভগীয়া হঁতে কোন্ মুখে তেনে বস্তুৰ নিন্দা কৰে? একেইতে', সিহঁত, অমুল্য বিদ্যাধনৰ কঙ্গাল, তাতে তাকৌ, অনন্ত সুখৰ আধাৰ, ই-জ্ঞানৰ পৰাও বঞ্চিত। (ক) ৰছুল অৰ্থাৎ পৰমেশ্বৰ প্ৰেৰিত শিক্ষ'-গুৰু।