পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ দৰ্পণ। অজ্ঞাধীন। এতিয়া এই আষাৰিও জানি লোৱা যুগুত; যি আত্ম, বিশেষ বলৱন্ত, সেই আত্মা ফেৰেস্তাৰ সম- তুল্য। তেনে আত্মাই নিজ শৰীৰৰ বাহিৰে অইন ২ বস্তুৰ ওপৰতো, তাৰ প্ৰভাৱ চাবলৈ ক্ষমতাৱন্ত। তেনে আত্মাৰ পৰাক্ৰম, দুৰ্দান্ত সিংহ, বাঘ্ৰ আদি হিংসক জন্তুৰ ওপৰত পৰিলে সিহঁতো সেও হয় আৰু ভযত টেপা লাগে। কোনো ৰোগ গুচাবৰ মন কৰিলে, সেই ৰোগৰ চাওঁতে ২ অৰোগ্য হয়; আকৌ, কোনো সুস্থ মানুহৰ বিৰুদ্ধে থিয় হলে, সি, তেতিয়া ই ৰোগাক্ৰান্ত হৈ পৰে। তাৰ ৰাজেও আকৌ যদি দূৰণি-বটীয়া কোনো মানুহক ওচৰলৈ অনাবৰ ইচ্ছা কৰে, তেন্তে, সি চকুৰ পচাৰতে আহি পায়হি। মন কৰিলে ডাৱৰৰ পৰা বৰষুণে। বৰষাব পাৰে। আত্মাৰ, ওপৰত উনিকিওৱা ক্ষমতা, অভিজ্ঞতা দ্বাৰাই সপ্ৰমাণ হৈছে, আকৌ, বুদ্ধি আৰু যুক্তিৰেও প্ৰমাণ কৰা যায়। বদ-নজৰ অৰ্থাৎ কু দৃষ্টি আৰু যাদু-মন্ত্ৰ, ইও, সেই শ্ৰেণী ক্ষমতাৰ ভিতৰ। এই আটাই বে'ৰ ক্ৰিয়া, আত্মৰ অসাধাৰণ ক্ষমতা বলে, যটি থাকে। যি আত্মা চকু পোৰ। অৰ্থাৎ যি তাত্মাই আনৰ প্ৰতি সদায় ঈৰ্ষাৰ চকুৰে দৃষ্টি কৰে, পৰৰ সুখ-সৌভাগ্য দেখিব নোৱাৰে, নাশিবলৈ ইচ্ছা কৰে; সেই অত্যাস, লাহে-লাহে ইমান বাঢ়ি উঠে, যে, কোনো চকু-লগা