পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাৰ্পণ। প্ৰবৃত্তিক উদগাই দি বলৱন্ত কৰিব। এতেকে, শ্যায়- তানী প্ৰবৃত্তিক বশীভূত ৰাখি তাৰ পাৰু-চক্ৰৰ পৰা গা সৰুৱাই, বিবেক বুদ্ধিক বলী কৰিবলৈ দিহা কৰ।। তেনেহলে, তোমাৰ অন্তঃকৰণত, নিপুণালি, পাৰ্গতালি, মহতালি, জ্ঞান, কৌশল, পৰহিত-কামনা, বিনয়, শিষ্টা- চাৰ আদি সকলে সঞ্জ-৫ণ উপজি, তোমাৰ আত্মক দীপ্তিমন্ত কৰিব। আৰু সেই সঞ্জ-গুণ বোৰ, ৰাৰেও কালি তোমাৰ সঙ্গত থাকিব। মৃত্যুৰ পাচত, অনন্ত- কলীয়া সজ আৰু পূণ্য কৰ্ম্ম লালীৰ ভূমুক হব; আৰু ইকালতো, তোমাৰ সম্পদৰ বিধান হৈ পৰম হিত সাধিব। | যি যেৰ ক্ৰিয়াই, নৰ-নাৰীৰ অসজ গুণ, অসজ চৰিত্ৰ জন্মায়, সেই সমস্ত ক্ৰিয়াক, পাপ-কৰ্ম্ম বোলে আৰু যিবিলাকে, সঞ্জ-গুণ উত্তম চৰিত্ৰৰ উৎপত্তি কৰে, সেই সমস্তক পূণ্য-কৰ্ম্ম কয়। মানুহৰ গোটেই কৰ্ম্ম আৰু যত্ন, এই দুই অৱস্থাত বাজে, অইন অৱস্থাত থাকিব নোৱাৰে। মানুহৰ দেল বা আত্মা, পৰিষ্কাৰ আৰ্টীৰ নিচিনা ফটু- ফটীয়া। কুচৰিত্ৰ, ধোৱা আৰু আন্ধাৰৰ দৰ মলিয়ন। কুচাই, অসুমে, আত্মালৈ গৈ, তাক কলুষিত ৰা জাগ পেয়ে। কুণ, ফুৰিছে, আত্মাৰ , এশিয়া যে গি, পস, সমোজ নি