পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰমাৰ্থ-দৰ্পণ। কৰিব পাৰি। ১ম ইতৰ জন্তুৰ স্বভাৱ; ২য় হিংসক জন্তুৰ স্বভাৱ, ৩য় শায়তানী স্বভাৱ ৪ৰ্থ, ফেৰেন্ত স্বভাৱ ৰা দেৱ-ভাৱ। মানুহৰ কাম-বৃত্তি আৰু লোভ আছে গুণে, ইতৰ জৰ আৰ্হি অনুসৰি সিহঁতে নাৰী সহবাস আৰু পান আহাৰ কৰে; ক্ৰোধ বিপু আছে গুণে কুকুৰ, শিয়াল, বাঘ আদি হিংসক জন্তুৰ নিচিনাকৈ পৰহিংসা পৰ-যাতনা, দল আৰু মৰিয়া-মৰিকৈ দিন কটায়। মানুহৰ গত শয়তানী স্বভাৱ আছে কাৰণে, মিছা, নিন্দা, ছল- চাতুৰ চুৰি আদি নীহ কামে সিহতক অনুক্ৰমে তললৈ হেচুকি নি অপাগতিৰ ঘোপ-মৰা দ-খালত পেলায় গৈ মাথোন। মিছ':, টুটকীয়া, নিন্দক, ভাণ্ডক, চোৰ, ছেলেপুৰ মুখৰ পৰা পৰ-গ্লানি, পৰ-নিন্দা, পৰ-দ্ৰোহ ইয়াকেহে বৰষ বলৈ দেখা যা। আকৌ, মানুহ বিবেক বুদ্ধিৰ সুকীয়া গৰাকী দেখি কেতিয়াবা ২ ফেৰেন্তৰ ক্ষমতাই ঢকি নোপোৱ কামো কৰি এতায়। | জ্ঞানলৈ হেপাহ, সজ-কামলৈ হাবিয়াহ, বেয়া কামলৈ বিণ, পৰ হিতলৈ আগুৱা, নীহ কামৰ পৰা আঁতৰা, সকলো অৱস্থাত পৰমেশ্বৰলৈ শলাগ নপহৰা, আপোন মান, মৰ্যাদা ৰাখি চলা, মূখালি, অবিদ্যালিক লাজৰ আৰু ডাঙ্গৰ দোষৰ কাৰণ বুলি ভবা, এই গোটেই বোৰ ফেস্তোৰ স্বাৱ। মানুহৰ গাত ফেৰো স্বাৱ আছে গুণে, মানুহে সেই সকল কাম কৰে।