পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ ১২৪ বঙ্গ চৰকাৰ চলি আছে। বিহাৰ, উৰিষ্যা, যুক্ত প্ৰদেশ আৰু মধ্য প্ৰদেশৰে৷ একেই অৱস্থা। তেওঁলোকৰ যদি চলে আমাৰ নচলে কিয়? —একোই বুজিব নোৱাৰোঁ। মাটিৰ কৰ কথাই যদি আন কৰৰ পৰা তাক আদায় কৰ৷ যায় তেন্তে চৰকাৰ কিয় নচলে? কেৱল তাৰপৰা উপকাৰ হব এই যিনি যে এতিয়া খাজানাৰ বোজা পৰিছে খাচ মাটিৰ ওপৰত—নিতান্ত গৰিৱ প্ৰজাৰ ওপবত, তেতিয়া পৰিব সকলোৰে ওপৰত সমানে মানুহৰ বছৰি আয় অনুপাতে। ঠিক এই নীতিকেই পৃথিবীৰ সকলো দেশতেই মানি আহিছে। অস মৰ দৰে কিছুমান আন আন দেশতো মাটিৰ খাজানা বঢ়াই চাইছিল, সি সম্পূৰ্ণ বিফল হৈছে৷ গতিকে পৃথিবীৰ সমুদাৰ দেশৰেই বৰ্ত্তমান নীতি হৈছে মাটিৰ খাজানা অতি কম কৰি দিয়া। আৰু বাকী ৰাজহ progre ssive taxation আয় অনুসৰি কৰ বহুৱাই আদায় কৰা। বিভিন্ন দেশৰ মাটিৰ খাজানাৰ নিৰিখ ১৯১৭ চনত ৫ ভাগ আৰু ১৯২০ চনত so ফ্ৰেঞ্চ – ১৯১৪ চনৰ আইন মতে annual valueৰ শতকৰ| ৪ ভাগ। ভাগ ( যুদ্ধৰ বাবে ) কৰা হয়। মাটিৰ যি উৎপন্ন হয় তাৰে পৰা খৰচ ( Cost of production ), খেতিয়ক আৰু তেওঁৰ পৰিয়ালৰ পৰিশ্ৰমৰ মূল্য ( value of the labourof the cultivator and his family on the holding ) আৰু ব্যৱসায়ৰ উপযুক্ত লাভ ( Return for the enterprise ) বাদ দি যি থাকে তাক কয় মাটিব annual value বুলি। ইটালী——ইটালীত মাটিৰ খাজানা দুই ৰকমৰ – (১) মাটিৰ Econo- mic rentৰ ওপৰত শতকৰা ১০ ভাগ। Economic rent আৰু annual value কাৰ্যতঃ একে। ( ২ ) সমুদায় খৰচ বাদে খেতিয়কৰ যি ৰাহি থাকে তাৰ ১৮ ভাগ। কিন্তু, যাৰ তেনে ৰাহি বছৰি ৮০ টকাৰ কম হয় তাৰ পৰ৷ কৰ নলয়। বুলগেৰীয়া- | – ১৯২৩ চনত মাটিৰ ওপৰত। চুইডেন—১৯ শতিকাৰ শেষ হৈছে। তাৰ ঠাইত। খেতিয়কৰ D খাজান৷ বহুৱাইছে annual valueৰ ভাগত মাটিৰ খাজানা উঠাই দিয়া আয় অনুসৰি আয় কৰ বহুৱা হৈছে। দৰে বছৰেৰে বছৰে মাটিবোৰৰ এটা মূল্য নিৰূপণ কৰা হয়৷ খেতিয়কে নিজৰ বছৰেকীয়৷ আয়ৰ হিচাপ দাখিল কৰিব পাৰে। নহলে