পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যতি ৰাজা আগত : মৰিবে নপাইলো : বিধিয়ে মোক বঞ্চিলে॥ পুত্ৰৰ শোকত দসথ : অৱশ্যে তেজিবে প্ৰাণ। সাধে৷ এহিক্ষণ : স্বামীৰ আগতে: মোহোৰ হৌক নিৰ্য্যান॥ ২৫৮॥ ” §§§ —'অনন্ত কন্দলি। পয়াৰৰ পাচত লিখা পুথিবিলাকত প্ৰথম পাদৰ পাচত এটাকৈ পূৰ্ণচ্ছেদৰ প্ৰয়োগ দেখা যায়। ই সংস্কৃত অনুষ্টুপ ছন্দৰ শ্লোকাৰ্দ্ধৰ ছেদনীতিৰ পৰা পোৱা। যেনে- “মাত! পিতা পতনী তন্য-জনয় সব মৰণা। ছাড়হু ধন্ধ মানস অন্ধ ধঋতু হৰিৰ চৰণা।” গীতিযুগ, মন্ত্ৰযুগ আৰু ভনিতা যুগৰ যিবোৰ পুথি পোৱা যায় সেইবোৰ পাচত নকল কৰা। ডাকৰ ভনিত। ১৮১৭ শকতছে নকল কৰা হয়। গতিকে আদি লিখকসকলে কি ধৰণে লিখিছিল জনা টান। এনেকি প্ৰাক্ বৈষ্ণবী আৰু বৈষ্ণৱী যুগৰ কিতাপো নকল-নবিচৰ দ্বাৰাই প্ৰভাৱান্বিত হৈছে। যি হ’ওক ভাহানি আমাৰ সাহিত্যক্ত যিবোৰ যতিব প্ৰয়োগ দেখা যায় তাৰ নিদৰ্শন আগতে দিয়া হৈছে। অৱশ্যে সকলো সমতে এটা চিনেই একে অৰ্থত ব্যৱহাৰ হোৱা নাই। আৰু কেতিয়াবা যতিৰ বহুল ব্যৱহাৰ হৈছে আৰু কেতিয়াব! কাচিৎ হে হৈছে। যেনে,- “মৰিবাক লাগি হ গঙ্গাতিৰক গৈল! জ'তে৷ বিষ্ণো ভক্তসব : লোক কুশলৰ্থে প্ৰাণ ধৰন্ত হ” — “হে সুক্ত তুমি পুৰাণ ভাৰতঃ ধৰ্ম্মশাধ পৰি-ব্যাখ্যান কৰি আৰো ব্যাস!দি ঋষিসবে : জি জানন্ত তাকে। জানা: জাভে! পৃয় লিল্ডাত গুৰুসবে গুহকো কহে।” “নৈমিস৷ অৰণ্যত : সৈনেকাদি ঋষিগণে বিষ্ণুপ্ৰাপ্তী অৰ্থে : শহৰ: বসত্ত্ব জগু কৰন্ত, ......বেদ কল্পতৰু : তাৰ ফল ভাগৱত সন্ত্ৰি : কেৱল অমৃত ৰস বৈকুণ্ঠে আছিল : নাৰদে আনিল : ধ্যাসক দিলঃ ধ্যাসে শুক পঢ়াইল : শুকমুখে পৃথিবীত ধ্যেক্ত ভৈলা : আক জানি: হে ৰসিকসব সদাত পাণ কৰা: জাতো সন্বয়ে! আদৰে॥ ১৯” ‘ডাঢ়ি’ চিন সাধাৰণতে ছেদৰ (paragraph ) পাচত্তৰে বহে — কিন্তু কেতিয়াবা ইয়াক পূৰ্ণচ্ছেদৰ ( fullstp) নিচিনাও ব্যৱহাৰ কৰা দেখা যায়। ওপৰত নিৰ্দ্দেশ কৰা যতিৰ বাহিৰেও যদি অইন কোনো বিৰাম চিন্