পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ প্ৰৱন্ধ-সংগ্ৰহ বিৰাম চিনৰ সহায় নহলেও চলে। “স্তবিষ্যামি জামহৎ বিশ্বস্ত্যামৃত ভোজন। অগ্নে ত্ৰাতাৰমৃতং শিল্পেধ্য যজিষ্টং হব্যবাহন ||||||” – ঋগবেদ — প্ৰথমোষ্টকঃ। " " -বেদৰ নিচিন৷ ৰামায়ণ মহাভাৰততো প্ৰতি শ্লোকাৰ্দ্ধ নিৰ্দ্দেশ কৰিবৰ কাৰণে এটা ছেদচিন্ ব্যৱহাৰ কৰা হৈছিল আৰু শ্লোকৰ শেহত শ্লোকসংখ্যাৰ দুয়ো- ফালে দুটাকৈ ছেদ ব্যৱহাৰ কৰা হৈছ্লি। “অমোঘং দৰ্শনং ৰাম ভবাস্মাকং পৰস্তুপ। প্ৰীতিযুক্তাঃ স্মতেন ত্বং ব্ৰুই যক্ষ্মনসেপ্সিতম্॥৫১৭॥” – ৰামায়ণম্। ইয়াৰ বাহিৰে আন্ কোনে। যতিৰ ব্যৱহাৰ নাছিল। পুৰণি সংস্কৃত পথিবিলাকত অনুষ্টুপৰ পদবোৰ গদ্যৰ নিচিনা তলত একে শাৰীতে লিখ৷ হৈছিল৷ আজি- কালিৰ নিচিন৷ তলত ফাকি ফাকিকৈ নিলিখিছিল। সেইকাৰণে শ্লোকাৰ্দ্ধত এট। ছেদ চিনেৰে পাদ নিৰ্দ্দেশ কৰা হৈছিল। পুৰণি সন্বত গদ্য সাহিত্যত কোনো প্ৰকাৰ যাত্তৰ ব্যৱস্থা নাছিল। পঢ়োতাই বহু কষ্ট কৰি ঠায়ে ঠায়ে জিৰণি ঠাইব ব্যৱস্থা কৰি লব লগাত পৰিছিল। ব্ৰহ্মণ আৰু উপনিষদৰ দ্য যুগতো বৰ্ত্তম'ন অৰ্থত কোনো যত্তিৰ প্ৰয়োগ নাছিল। অৱশ্যে এই যুগব গ্যত প্ৰায়ে দেখা যায় যে প্ৰতি অনু চ্ছেদৰ শেহত এটা অঙ্ক সংখ্যা দ্বাৰাই সেই অনুচ্ছেদৰ সংখ্যা নিৰ্দ্দেশ কৰি দিয়া আছে। কেতিয়াবা কেতিয়াবা “ইতি” এই শব্দটিৰ দ্বাৰাই পূৰ্ণচ্ছেদৰ কাম চলিছিল। “তস্মৈ তৃনং নিদধাবেতবাদস্থেতি তদুপপ্ৰেয়ায় সৰ্বজবেন ভন্ন শশা কাদাতুং সতএব নিচবৃতে নৈতদশকং বিজ্ঞাতুং যদেত্যক্ষযিতি॥ ২৩.১০ কেন উপনিষদ। সংস্কৃত সাহিত্যত যতিৰ যি সামান্য ব্যৱস্থা আছিল পুৰণি প্ৰাদেশিক ভাষাবোৰে তাক গ্ৰহণ কৰিছে। ভাৰতৰ আন্ আন্ পুৰণি প্ৰাদেশিক ভাষা- বোৰৰ নিচিন! তাহানিৰ অসমীয়া সকলে৷ পুথি একে শাৰীতে লিখা হৈছিল। গতিকে বিবানৰ চিন নাথাকিলে লিখাটে। গদ্য নে পদ্য ধৰা টান। পথ নিৰ্দ্দেশৰ কাৰণে বেলেগ বেলেগ বিৰাম চিনৰ প্ৰয়োগ দেখিবলৈ পোৱ৷ যায়। যেনে “ব্ৰহ্মাৰূপে অঞ্জ৷ পাল। বিষ্ণুৰূপ ধৰি, ৰুদ্ৰৰূপে নিয়া প্ৰভু জগত সংহৰি ১। হেন মহেশ্বৰৰ চৰণ হৃদি ধৰি ২ গুৰুৰ কৃপাক মনে সাৰোগত কৰি॥ ২॥ ” —দ্বীপিকাছন্দৰ অনুবাদ। “আবেলে জানিলে৷ : কৈকৈই স্বাক্ষসি স্বামিকে৷ খাইবে ধৰিলে। স্বামীৰ