এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান ৷ ১১ শান্তিৰ মদিৰা পান কৰি কিছুদিন অলপতে হলো মই চিৰ বিৰহিনী। মিলন মাধৱী নিশা । মাধৱী মাহৰ মাধৱী পূর্ণিমা মধুৰ মাধৱী নিশা, মধুৰে মধুৰে মধুময় কৰি ফুলিছে মাধৱী লতা । জোনাকৰ আনন্দে নধৰে হিয়া, জোনৰ হাঁহিৰে মধু পৰশত হাঁহিটি মিলাই আহিল মানস-প্রিয়া ।