পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 3 চৰকাৰে শয়াদেৱৰ লগ লাগা গাৰ এখন কবিতা পুথি আৰু যাৰ পাননি গা মুত বা কম মৌজাদাৰ), এযুত মহীচ বা খুজি, এল এম, এ এ গীবত কুমাৰ ঃ খায় বাহাদু এম, এ, বি, এল নোৰ সাহিত্য আলোচনাৰ লগৰীয়া আছি। জিনিস। তেতিয়া ছাত্ৰ ছিল। কাৰ পাই মোক্ৰাৰি পৰীক্ষা পাচ কৰা আশা এৰি ভৰিত ফুল চৰপেক্ট হবৰ আশাৰে মোট লেচন পৰীক্ষা দিম বুলি তাৰ পাঠ্য পঢ়িবলৈ আৰম্ভ ঋৰে। এই সময়ত প্ৰীযুত শখচত্ৰ গোস্বামী যে ৫. ৪,০) যোৰহাটৰ ডি আই, এযুত গুৰুষৰ খাউ কাজানৰ হে মাষ্টৰ আছিল; দুয়োজনৰপৰু মই শাহ পাবলৈ ধৰিলোঁ। কিছু দিন পাচতেই গোস্বামী দেৱ এটিটেন্ট ইন্সপেক্টৰ হয়। তেতিয়াৰপৰা তেখেতৰ উপদেশ আৰু উৎসাহ বেছিকৈ পাৰ ধৰে। অসমীয়া ভাষাৰ ভাল “ইংল্যাণ্ডৰ বুৰী পালে পুৰাৰ দিম বুলি সেই সময়ত চৰকাৰে জাননী দিছিল। পূজনীয় গোস্বামী দেৱে তাকে দেখি মোক ইংল্যাণ্ড বুৰঞ্জী এখন লিখিবলৈ আদেশ কৰে। মই বাধ্য হৈ ইংৰাজী ইংল্যাণ্ড বুৰঞ্জী পঢ়িবলগীয়া হওঁ। নৰ্মাল স্কুলত মই এই পুথি পঢ়া নাছিলোঁ- ঘৰতে নিজে পঢ়ি অসমীয়াত এই পুথিখন লিখিব লগা হোৱাত বৰ টান পাইছিলে, কিন্তু পৰীক্ষাত মোৰখনকেই উৎকৃষ্ট বুল ঘোষণা কৰে। মোক এই কামৰ বাবে ২৫০ টকা পুৰস্কাৰ দিয়ে। মোৰ মেটি কুলেচন পৰীক্ষা দিয়া নহল। কাকজানত দুবছৰ কাম কৰাৰ পাচতেই মোক সেই স্কুলতে ২৫ টকা দি হেডপণ্ডিত কৰে। এই পদত এবছৰ কাম কৰাৰ পাত এষ্টেট ইন্সপেক্টৰ শ্ৰীযুক্ত গোস্বামী দেৱৰ বাছনি মতে মি. জি এ. অল বি. এ. ইন্সপেক্টৰ চাহাবে নিজে স্কুললৈ আহি মোৰ কামকাজ চাই যোৰহাট নৰ্মাল স্কুললৈ ৩৫ টকা দৰমহাত অস্থায়ীভাৱে বদলি কৰে (১৭৪১৬)। কাকজানত মই ব্যাকৰ, ভূগোল, ইতিহ স, সাহিত্য পঢ়োৱাৰ কিছুমান টোকা কৰিছিলোঁ॥ ব্যাকৰণৰ টোকাটিৰ “ব্যাকৰণ পাঠ” নাম দি পুথিৰ অকাৰে সজাইও খিছিলে॥ পূজনীয় গোস্বামীদেৱ এই সময়ত নৰ্মাল স্কুললৈ চুপাৰিন্টেনডেন্ট হৈ আৰু শ্ৰীযুত প্ৰাণনাথ বুজৰ বৰুৱা বি, এ, ডি, (বি-টি) দেৱ বিজ্ঞান শিক্ষক হৈ আহে। এই দুজনাক দিনে-নাতিয়ে মই সঙ্গী পোৱাত নানা বিষয় শিকিবলৈ মোৰ সুযোগ ঘটে। সৌভাগ্যৰ বিষয় মই ২য় বাৰ্ষিক (Teachership examination) পাচ কৰা শিক্ষক হলেও মোক নৰ্মাল স্কুলৰ ৩ বাৰ্ষিক শ্ৰেণীলৈ পঢ়াবলৈ দিলে। মই একান্ত মনে ইংৰাজী, বঙলা পুথি কিছুমান পঢ়ি ঘৰত টোকা তৈয়াৰ কৰি আনি পঢ়াবলৈ ধৰিলে। এই টোকাৰবাৰেই পৰবৰ্তীকালত স্কুলীয়া পুথ লিখাত মোক বিশেষ সহায় কৰে। এই সময়ত প্ৰীযুত প্ৰাণনাথ বুজৰ বৰুৱা দেৱৰপৰাই বিশেষকৈ গোল আৰু বিজ্ঞান বিষয় ভালেখিনি কথা শিকিছিলো। স্কুল ফাত উপৰি কৰ্মচাৰীসকল মোৰ ওপৰত সদায় স আছিল আৰু লে মিশে ফুল ছাত্ৰাবাস পৰিদৰ্শন আৰু লৰ ৰাজে কৰি তে নো ওপৰত পৰিছিল। ইয়াত কোেনা ছেই নোক Selection grade (১০) দিয়ে। এই সময়ত মই আছে সয়ে জয়েট শিক্ষক, এন কি এটিকে চুপৰিন্টেডেন্টৰৰ এই কৰিবলগীয়া হৈছিলো।