এলো কেইজন শিক্ষক গ্ৰেজুটে থাকি, কায় উন্নতি কুৰিলৈ যত্ন কৰিছিল। ৰ টত, ষ্ণোতেই মোৰ সৰহভাগ পাখি বিভিন্ন ঠাইত ৰচিত হোৱা পুথিৰোৰ- গুৱাহাটী-নতুন ধাৰাপাত, নিয় প্ৰাইফেৰী উত্তৰ লক্ষীমপুৰ-ইলাম (অনুবাদ), কবি আৰু - মৌখিক। গাও-পুষ্পাঞ্জলি, যাৰ পাটীগণিত গতি। গজান-ইংল্যাগুৰ মুৰী, ৰাকৰণ পাঠ, ভুগোল শিক্ষা প্ৰণালীৰ একখণ্ড (অনুবাদ)। বোৰহাট—আদি পাঠ ১ম, ২য় ভাগ, সহজ পাঠ শাহিত পাঠ, সমাজকথা, গৃহঋণা, চিত্ৰদৰ্শন, শিশু সাহিত্য ১ম, ২য়, ৩য় ভাগ, সাহিত্য ৪ৰ্থ, ৫ম, ৬ষ্ঠ আৰু ম ভাগ, ভূগোল, সৰল ভূগোল ১ম, ২য় আৰু ৩য় ভাগ, ভূগোল প্ৰবেশ, লৰা পাঠ ১ম, ২য় ভাগ, শিশু ধাৰোত, অসম বুৰঞ্জী গাঠ, পঢ়াশালিৰপুৰা বিশ্বব্ৰহ্মাণ্ড ১ম ভাগ (অনুবাদ), যাদব পাটীগণিত ১ম, ২য়, ৩য়, ৪ৰ্থ খণ্ড (সম্পাদিত), যাদব পাটীগণিত (৭ম-১০ম) সম্পাদিত, জ্যামিতি (৭ম-১০ম) (অনুবাদ), শ্ৰীৰাম কীৰ্তন (বি, এৰ পাঠ্য), কীৰ্ত্তন-ঘোষা, পুৰণি সাহিত্য (নৰ্মাল স্কুলৰ পাঠ্য) আৰু সটীক নাম-ঘোষ। (বি, এৰ পাঠ্য) সম্পাদিত হয়। ইয়াৰ উপৰি বেনামী ভূগোল, স্বাস্থ্য, বুৰঞ্জী বিষয়ৰ একোখন আৰু গণিত বিষয়ৰ ৫ খন পুথি ইয়াতেই ৰচিত আৰু প্ৰকাশিত হয়। নৰ্মাল স্কুলত থাকোতেই ১৯১৯ চনত মই আসাম শিক্ষক সন্মিলনৰ সম্পাদক আৰু পাচত আসাম সাহিত্য সভাৰ সহকাৰী সম্পাদক হওঁ। মই আমেৰিকাৰ “নেচেনল জিওগ্ৰাফিকেল চোদাইটিৰ” মেৱৰ পদ আৰু চিলভাৰ জুবুলিব সময়ত মেডেল লাভে কৰিছিলোঁ। সাহিত্য সভাৰ তৰফৰপৰা পুৰণি পুথি অনুসন্ধান কাৰ্যত মাজে সময়ে মই কিছুমান ঠাই—বিশেষকৈ আসামৰ প্ৰধান প্ৰধান সত্ৰবোৰলৈ য.বলগীয়া হৈছিলো। ১৯২৮ চনত নগেন্দ্ৰনাথ প্ৰাচ্য বিদ্যা মহাৰ্ণব মহাশয়ৰ social History of Kamrup প্ৰকাশ হোৱাৰ পাচত অসমীয়া ভাষাত কায়স্থ জাতীয় ইতিবৃত্ত এখন সঙ্কলন কৰিবলৈ মোৰ অভিলাষ হয়। সৌভাগ্যৰ বিষয় মাননীয় মুক্ত গৌৰীপুৰ ৰা বহাৰে ইয়াত সহানুভূতি দেখুত প্ৰায় অসাম উপত্যকা ঘূৰিবলৈ সুযোগ ঘটে। আৰু যোৰহাটত বহিয়েই প্ৰাচীন কামৰূপ কায়স্থ সমাজ ইতি” সঙ্কলন কৰে। যোৰহাটত থাকোতেই বাৰ। পদ ভাগৱত সংগ্ৰহ কৰোঁ, পাচত জীৱন কালতেই সঙ্কলিত 'কামৰ হৈ দুৰি অৰি প্ৰায় চাৰি ৰহৰ চাকৰি কাল থাকোতেই অৱসৰ গ্ৰহণ কৰি নলবাৰীত “উমা চে নাম এটি পাস স্থাপন কৰে (১৯৩৮; ১৮.চেখে)। চাৰিত থাকোতেই নগৰীৰ মান ভাল চৌধুৰী বি, উগণিত আৰু ওচৰৰ কেইজনমান কৰলোকৰ ৰোগ ৰেীৰ পাঠশা শ্ৰহণ কৰি এই পাঠশালাৰ লগতে সূৰা আৰু ভয়ে বিভাগে ধুলি নি। তিন শিক্ষক আৰু শিখিয়ে চাষ কৰে আৰু চাইলে বিল হৈ
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩৩
অৱয়ব