পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

উঃ ১৭ এপ্ৰিল)।.. এই তেখেতে, পৰীক্ষাৰ ৰ একশ ৰে , আমগাওঁ গৰণমেন্ট মজলীয়া ফুলত, অস্থায়ীভায়েত শিক্ষকতা মই খালদৰে কৰিছিলোঁ-যে কত তাই কমলাকজ বৰুৱা ডাঙৰীয়া সন্তুষ্ট হৈ ওপৰলৈ, লিখি: সেই সে ইয়াৰ মাহ পাচত মোক গুৱাহাটী সৰ শৰীয়া গুৱাহাটীৰ মুত অধিকানাথ বৰা (এম, এ, বি এন বি এ, অঙ্গীল) এত সৰে কষ্টৰী আদিৰ লগত “একতা সভাত ষ্যেগৰি সহিত চাতয়ে ছিলো। হাটীত সৰহ দিন খালি নাপাৰ্গো-২৩-১২-০৮. তাৰিখে ১৫ টালৈ এমোচদি নোক উপজীম মাইল ফুললৈ বলি কৰে। সেই কালত এবছৰৰ ভিতৰতে ১৫ টকালৈ প্ৰমোচল পোৱাৰ সুবিধা অতি কমণে ঘটিছিল উৰক্ষীমপুৰত মোৰ সৌভাগ্যক্ৰমে সেই লিৰ হেডলা এত ৰোহিতা এত শইকীয়া,যুত নাথ গগৈ, শ্ৰীযুত বিষ্ণুৰাম দাস, মৌঃ মহম্মদ আলি ডি, আই, আম্বিৰ সঙ্গ লাভ হয়। এই সকলৰ ভিতৰত মৌলবী মহম্মদ আলি চাহাবে মোক পুত্ৰৰদৰে আৰু প্ৰযুত ৰোহিতাষ দত্ত শইকীয়াদেৱে সহৰৰদৰে স্নেহ কৰিছিল। জীৱনৰ আঙুতে এই সকলৰ সঙ্গ লাভ হোৱাৰ ফলতেই ভবিষ্যৎ জীৱন গঢ়িবলৈ মোৰ ভালেখিনি সুযোগ ঘটিছিল। হাইস্কুলত পঢ়িবলৈ নোপোৱা বেজাৰ জীৱনৰ আগছোৱাৰ ভালেমান বছৰলৈকে আছিল; সেই কাৰণে আৰু আৰ্থিক সহায়ৰ বাবে মই আনৰ ঘৰুৱা শিক্ষক হৈ ছাত্ৰ ইংৰাজী পঢ়াইছিলে আৰু বাহাত ইংৰাজী, বঙলা, অসমীয়া সাহিত্য পুথি পঢ়াটো এটা নিয়ম বান্ধি লৈছিলে। শ্ৰীযুত ৰোহিতাথ দত শইকীয়াৰ লগত অসমীয়া গদ্য-পদ্য গল্প লিখিবলৈ সুবিধা কৰিবলৈ “কবিতা-লতা নামৰ এখন তিনমহীয়া পত্ৰিকা উলিয়াইছিলোঁ। ৰায় বাহাদুৰ পদ্মনাথ গোহাঁই বৰুৱাৰ ভায়েক যুত নীল বৰুৱা ভাঙৰীয়া ইয়াৰ সম্পাদক কৰি লৈছিলো। এইবোৰ কৰা স্বত্বেও স্কুলৰ কামত মোৰ নাম আছিল-মোৰ সম্বন্ধে ডিপুটী ইন্সপেক্টৰ মহাশয়ে লিখিছিল— X X X X X x X He is an energetic, very intelligent young man, quite capable of teaching nccording to the required curriculum, with eagerness enough to enrich his knowledge both practically and theoritically. X N. Lakhimpur. (8) Mahammad ali The 21 st sept. /10 II. of schools. তিন বছৰ মই উত্তৰ লক্ষীমপুৱত থকাৰ পাচত মোৰ পদটো উঠাই দিয়াত মোৰু একে নগাওঁ বৰ মজলীয়া স্কুললৈ পুনৰ বদলি কৰে (১৮-১-২২)। ইয়াতে আইনত অলপ বেয়া পাই নোৰি আইৰ কিলি: আনি পঢ়িবলৈ ধৰেও ফি এবং পাচতেই মোক টকা এখোন কি (যোবাট) গাইলৰ খুলে বদলি কৰে (২৫-১৩)। ২ বা না কা ময়মত