-না জনি শেষ কাজ এটি অবিলি নিৰ্মাণ কৰি নি। 3 কৰি ফত যায়। এ গুৱাহৰ হাৰীত মহাপে জাম ফুৰি বৃত্ত বিছৰৰ আগতে কিছুমান কায় বিকেলেৰ লৌজ এ মানে বিশেষ চেষ্টা কৰিছিল। জীযুত বীৰহৰি ৰদেৱে কাৰ মত অতি প্ৰসন্ন নাৰায়ণ চৌধাৰী আৰু শ্ৰীযুত বিহুৰাম মজুমদাৰ আদিৰ লগত ৰোগ হৈ লিখি বি আৰ অন্য কাৰ্যৰা যথাসাধ্য চেষ্টা কৰি বিৰেীসকল চেষ্টা ব্যৰ্থ কৰিছিল। এই যাবে লীত ৰ কায়স্থ সাত মাল্যদান কৰি অভ্যৰ্থনা কৰিছিল। ছৰি গত বকৱাৰ ৩য় পুত্ৰ প্ৰমান পূৰ্ণহৰি দত্ত বৰুৱা বি, এ, লৈকে পঢ়িছিল। বৰ্তমানে মল হাইস্কুল শিক্ষকতা কৰে। ১৮৯৭ চনৰ ভূমিকম্পত পূবালাকুচি জলাতন হোৱাত বংশৰ এই ঠানিটো বানি খাত উঠি আহিছে। দলৈ আৰ ৩য় পুত্ৰ বিক্ৰমদেৱ সাধু আৰু নিৰহাৰী পুৰুষ আছিল। এওঁৰ তিনি পুত্ৰ-দেশীৰাম গগাবিন্দৰাম আৰু ধনীম। ১ম পুত্ৰ দেৰীৰামদেৱে নৰ্মাল পাচ কৰি শিক্ষকতা কৰিছিল। এখেত সত্যনিষ্ঠ, গায়পৰায়ণ, সাধু আৰু নিৰহঙ্কাৰী পুৰুষ আছিল। ওচৰ কাষৰ লোকে এওঁক “পৰৰ ভিজা আলিত ভৰি নিদিয়া” বুলি বিশেষণ দিছিল। তেখেতক সকলোৱে বিশ্বাস কৰিছিল আৰু কৰ্ণধাৰ গুৰুৰদৰে শ্ৰদ্ধা কৰিছিল। গতা এওঁৰ কণ্ঠহু আহিল। শ্ৰাদ্ধাদিৰ সময়ত পুৰোহিতক আগত ৰাখি নিজে মন্ত্ৰ গাই শ্ৰদ্ধাদি কৰিছিল এই জনাৰেই ১ম পুত্ৰ দুৰ্ভগা বিদ্যা-বুদ্ধিহীন, শোক-তাপত জৰ্জৰিত আৰু শেষত পিতৃ তিঠাপ স্থানন্তৰিত হোৱা এই প্ৰাচীন কামৰূপীয় কায়স্থ জাতিৰ ইতিবৃত্ত” সংগ্ৰহ কৰোতা”। কেইজনমান বন্ধুৰ কথা ৰাখিবলৈ গৈ নিজে নিজৰ কথা লিখিবলৈ বাধ্য হোৱা বাবে পাঠকসকলে ক্ষমা কৰিব :- ১৮৯৭ চনৰ বৃহৎ ভূমিকম্পৰ ফলত মোৰ উপাস্য দেৱতা পিতৃদেৱৰ আৰ্থিক অৱস্থা নেয়া হয়, এই কাৰণে মই নলবাৰী মাইনৰ স্কুলৰপৰা বৃত্তিৰ পৰীক্ষা দি (১৯০৪) গৌৰীপুৰ, অভয়াপুৰি, গোৱালপাৰ আৰু গৌহাটী ঘূৰি কতো হাইস্কুলত পঢ়া খৰচৰ সুবিধা কৰিব নোৱাৰি নিৰাশ হওঁ। মোৰ শিক্ষাগুৰু শ্ৰীযুত প্ৰতাপচন্দ্ৰ হাজৰিকা শিৱসাগৰৰ ফুল চব ইন্সপেক্টৰ ডাঙৰীয়াই সেই মত মোক গৌহাটীত লগ পাই লগতে লৈ যায় আৰু শিৱসাগৰৰ টেঙাপুখুৰী পাঠশালায় শিক্ষক নিযুক্ত কৰি দিয়ে (১৫-০৫)। ইয়াত সাত মাহ কাম কৰাৰ পাচতেই তেখেতে লিখালিখি কৰিখৌহাট নৰ্মাল ত পঢ়িবলৈ মোক এটা টাইপেণ্ড দিয়ায়।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩০
অৱয়ব