এন বুঢ়াগোলাইৰ নাৰ কেইখন লোকৰ ভাৰনতে ৰাখিছিল। বৰ্তমানে বুঢ়াগোসী মাটি ১২১৩ বিধান দেখুন গোৱাত সি' খেত হৈছে। মনাৰায়ণৰ সময়ত পিতৃৰ কৰি স, ধৰ্মেতিৰৰ দক্ষিণে আৰু পশ্চিমে নবিল শিৰবিলনে পৰী কাশত আৰু পশ্চিমৰ যিলখানে মাউ” নামৰৰে। দৰিকাজান ঘূৰি দক্ষিণ বিল দক্ষিণ বৈছিল। উত্তৰ ফালে নমঃশূদ্ৰ পাই মাটি ছিল আৰু ইয়াৰ ভিতৰতে এটা কালাকুচিৰ ধৰ্মোৰৰ পৰিমাণ খেতিৰ মাটি ৪৭ পূৰান্তিৰ মাটি ৯ পূৰা আৰু বিল এখান আছিল। শ্যামনাৰায়ণে বস্তিৰ মাটিতেই সৎসংলী মঠ স্থাপন কৰে। তেওঁৰ পুত্ৰ মধু নাৰায়ণ কালাকুচিত শেখি হয়। সেই সময়ৰ লোকে তেওঁক ‘মেথি’ সুবুলি লৈ” বুলিছিল। বৰ্তমান সময়লৈকে মানুহে দল আতা” বুলি তেওঁৰ নাম কৰে। দলৈ আতাৰ দিনত হৰি নাম কীৰ্তনত জাতি ভেদ প্ৰথালৈ অৱ দেৱা হয়। তেওঁ সকলো আতিকে মিলাই এখন সমাজ কৰিছিল। তেতিয়াৰপৰা ওপৰত উল্লেখ কৰা বুঢ়াগোলই থানত হিন্দু সকলো জাতিৰে গজাগি নামকীৰ্তন কৰা গন্তু বৰ্তমান সময়লৈকে চলি আছে। দলৈ আতাই এইদৰে সমাজ বন্ধাত কামৰূপৰ কোনোবা ঠাইত এখান বসল পাতি তেওঁৰ বিচাৰ কৰিছিল বুলিও জনশ্ৰুতি আছে। দলৈ আতাই বদলে নিজে তৰ্ক কৰি জয়লাভ কৰিছিল। এ ক মত আৰু বাসি পুৰ আছিল; বহুত সংস্কৃত শক্ত এওঁৰ কহু আছিল বুলি বংশাৱলীত পোৱা যায়। দলৈ আৰ চাৰি পুত্ৰ-আহৰি, নৰহৰি, ৰিম আৰু কুহিৰাম। জয়হৰি জাতা পিতৃৰ পাচত সৎসঙ্গীঠৰ মহন্ত বা মেধি হয়। নৰহৰি মজুমদাৰ হয়। জয়হৰিদেৱক সকলোৱে আতা” বুলিছিল। এত হৰিনামত মত্ত আছিল, আৰু বহুত পদগুখি তেওঁৰ মুখস্থ আছিল। পৰমাৰ্থ তত্ত্ব ব্যাখ্যাত ও সেই শত অৰিতীয় আছিল। এওঁৰ পাচত দলৈ আতাৰ চতুৰ্থ পুত্ৰ কুঁহিৰামদেৱ মহন্ত হয়। কুহি আতা হৰিপ্ৰেমত উল্লাদ হৈ ফুৰিছিল। এওঁ সত্য এিৰ আৰু বাসি আহিল বুলি এতিয়াও হতে নাম । কুঁহিৰামদেৱৰ পাত এৰি অহাৰ পুত্ৰ সৰদেৱ মত হয়। এও শেষ কাল কোচবিহাৰৰ এ মত দে। ককে। এক মধুপুৰ নামৰ বাৰ' আৰ নৰ ওচৰতে সাৰ কৰিছিল। লমদেৱৰ পাছত ফুজিদে পুৰ নদেৰ মহয়। আছিল; তা, ভাগৱত, যোবা, নৱলী এওঁৰ কৰি আছিল।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮২৯
অৱয়ব