পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইলিৰামৰ পাছত তেঁও ১ পুত্ৰ খগেন বৰকাকতী, হয় আৰু তেও এ গান আম কাজিৰ দিনত বুখৰ বৰুৱা হয়। * ৪২ খন এত কৰিছিল। সেইবোৰৰ দিন ৯ জন, পানাৰ নৰা, গুৰিহাটি, চৈ, বাটি, এমা এই কেনে । তৰে বেছিভাগ নিশিখে আছিল। কাৰণ লাখে পিয়লৰ সময়ত এই খাত নুিমান কৰা হয়। ওপৰত উল্লেখ কৰা আতৰোৰ বৰ্তমানে হস্তান্তৰিত হৈছে। লালু পাছত ৰামনাৰায়ণ বুখৰ বৰুৱা হয়। এই সময়ত মানৰ উৎপাত আৰম্ভ হয়। আমাৰ কৰি নুিমান লোকে অল অল আৰু লিমালে দেখাকৈ মাল হায় কৰিছিল। ৰামলাৰায়ণে দেশৰ বুলি মানসেনাপভিৰু ৰৰে। তেতিয়া মান সেনাপতিয়ে তেগুন কাপৰ খুৰ বৰুৱা বুলি যা কৰে। এই প্ৰায় ২৩ বছৰ মানৰ গুণে বুৰ ৰা আছিল; সেই কমশে তেওঁক মাতৰ

  • নে পাতা বৰুৱা বলে।

ইং, আমোত বলীলাৰায়ণ বৰক্ষেত্ৰ পৰগণাত আৰু সত্যনাৰায়ণ খাৰিজাখায়াত চৌধাৰী হৈলি। নত্যনাৰায়ণ চৌধাৰীৰ সময়ত পূৰ্বৰ আহোম ৰাজদত্ত ভূমিৰ বিচাৰ হয়। এই কামৰ বাৰে মেজ নেচ মেথি এচিষ্টেন্ট স্পেচিয়াল অফিচাৰ এই কামৰ বাবে নিযুক্ত হয়। আহোমৰাৰ দেশৰ সিংহ স্বৰ্গদেৱে হলিৰাম বৰকাকতীক এখন ফলি কৰি কালাকুচি, সৰিয়হতলী আদিত ৯৯ পূ, আৰু নগাৱত ৩৩ পুৰা নিৰ মাটি দান কৰিছিল। ৯৯॥ পূৰাৰ ফলি দেখোৱাত সহজতে উদ্ধাৰ হয়, কিন্তু ৩০ পূৰাৰ ফলি দেখুৱাব নোৱাৰি সত্যনাৰায়ণ চৌধাৰীয়ে ইংৰাজী ১৮৩৭ চনৰ ৭ জুলাই তাৰিখে স্পেচিয়াল অফিচাৰৰ ওচৰত মোকদ্দমা কৰিব লগা হয়। মোকদমাৰ ৰায়ৰ নকল তলত দিয়া হল- “মহজৰে লিখিত দখলে থাকা ৰূপীত ৯ পুড়া বাড়ী ৪ পুড়া একুনে ১৩ পুড় জমান সদৰেৰ নাতক হকুম নাআইসাহক নানাৰ বহাল ৰাখিয়া জাত্ৰদ ৰূপীত ৫ পুডা বাতলী ২পুড়া জলাতন পড়া বন্তী মাটি ২পুড়া একুনে ১০ পড়। জমিন খেৰাজ কৰিয়া অঙ্গাইৰ জীৰা ৰাখাৰ জম্বে জীষা- মাকে নকল ৰোবাৰিএ মহ ৰেজিষ্টাৰি কৰিয়া দেতা জাবেক আত এতলা কাৰণ এহি বেকাৰি দৈৰা এক শীতা নকল এৰিবনী কমিশনাৰ সাহেবৰ খেদমতে পাঠান মাত্ৰ। ইতি- sd J. Mathi. সত্যনাৰায়ণৰ পিচত চন্দ্ৰনাৰায়ণৰ পত্ৰ পদ্মনাৰায়ণ খাৰিজাখাতাত চৌধুৰী হৈছিল। বলীনাৰায়ণৰ পুত্ৰ গৌৰীনাৰায়ণ বিচক্ষণ বুদ্ধিমত্ত আৰু উচ্চ মনৰ পুৰুষ আছিল। তেওঁ এক হাজাৰ ৰাহ্মণ আৰু ওচৰ কাষৰৰ ৩৪ খন গাৱৰ মানুহক নিমন্ত্ৰণ কৰি আনি এটা বৃহৎ ব্ৰহ্মভোজন কৰাইছিল। কালাৰুচিৰ শাখাৰ কথা। হলিৰাম বৰকাকতী ২য় পুত্ৰ শ্যাম নাৰায়ণে বৃদ্ধ বয়ত কালাকুচিৰ ধমত্তৰত ৰা আহেশত এই পৰীম পন কৰি নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰে। এই কালাকুচি গাও ইংৰা আনোত

  • কালাটি বুলি নামান্তৰিত হয়।