পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

120 [৬ পৃষ্ঠাৰ পাত যোচ্ছ। কিশোৰ চন্দ্ৰ বৰা (যৰিয়াল কা) গঃ (১) শিবেশী অবানী প্ৰসাদ বৰুৱাৰ কথা (সু) (3) আনন্দময়ী নীদেৰ বন্দু মজুমদাৰৰ কয়া (কোচবিহাৰ) বৰ্ণময়ী দেবী বাঃ গৌৰ বৰুৱা সোণালি অতুলময়ী সুৰেশচন্দ্ৰ আঃ উদৱ বৰুৱা আঃ জবালা জগমোহন কন্যা (বৰপেটা) দীনেশচত্ৰ ভাঃ গপোপ্ৰিয়া ভূষণ চৌৰ কন্যা সৰভোগ এতেশচন্দ্ৰ ভাঃ জ্ঞানদা শশ বৰুৱাৰ কথা শালকোচা ব বৰুৱাৰ বংশৰ কথা। দশৰ ৰা-ৰাধিপ আদিশূৰে যজ্ঞ কৰিবলৈ কান্যকুজৰপৰা যিসকল ব্ৰাহ্মণ-কায় আনিছিল, শৰথ য তাৰে এজনা। এওঁৰ এই পৰ- কৃষ্ণ বসু আৰু পৰম বয়। ২। (১) # বসু বদদেশ দক্ষিণ ৰাঢ়ত বাস কৰিছিল, সেই কাৰণে তেওঁৰ বংশধৰসকলক জকি বাড়ী কায় বোলে। পৰম বা যত বাস কৰা বাবে বৰ কায় নাম পায়। ক নমুৰ নাতি হংস বৰ তিনি পুত্ৰ-যুক্তি বসু, মুক্তি বসু আৰু অলঙ্কাৰ বন। ৫। (ক) ৩ক্তি বলুৰ সময়ত বল্লালসেনে সমাজ বন্ধন কৰে; শক্তি বসুৱে বাগাও সমাজ ও (৬) মুক্তি বয়ে মানিগৰ সমাজ আৰু ৫ (গ) অলঙ্কাৰ বহুৱে বৰ সমাজ পায়। ১৬শ পুৰুষ শোগ বল বশোহ জঙ্গল বাদলত কিছুকাল বাস কৰিছিল; পাত বাণিজ্য উপলকে ৰংপুৰলৈ আহে আৰু বেপাৰৰ সুবিধা দেখি পুৰতেই স্থায়ী ভাৱে ৰাস কৰে। এখন তিনি পুত্ৰ-১৮ (১) সুদাম ১৮। (২) পৰশুৰাম আৰু ১৮ (৩) বাজত। যে কাজ শেষ জানত ৰাণিক্যৰ এনতি ঘটে; তেওঁৰ পুত্ৰ ১৯৷ জগতপতিতে সুবিধা বিচাৰি কোচবিহাল ৰে। এই সময়ত