পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • চিনি। এই পুৰণিতি ৰা লেনি

এখায্য পিতৃ ৰূহামায়া। কথিত আছে, পুৰুষ হৰিকে এই লিগতে দশ আহিছি। বৰ্তমানে এই ঠানিটো বৈষ্ণৱ কি নাৎবিক মহাশয়াৰ প ফ নয়। বৰ্তমান pলকে চুলি আছি। লড়, গলায় এ বৰুৱা মহাশয়ৰপৰা জানিৰ পাৰা ল—ডিমুৰ ঘৰৰ গৃহ বিন সশব্দ মূৰ্তি এখন পানীৰ দেৱ শৰ্মাৰ ঘৰত বৰ্তমানে আছে। বল অয়া ঘৰৰ কেইবাজনে। বাণী স্বামী সহগমণ ৰে, ডিমুত এখন ঠাই এতিয়াও সতীপোৰা এই মা বিখাত আছে। কয়েকুমাৰ বৰুৱা-এ চপতি বৰুৱা মহাশ পুত্ৰ। বৰ্তমানে গৌহাটী কাছাৰিত ৰেজিষ্টাৰ ব্যাপোৰ কাম কৰে। এওঁৰ সহোদৰ শ্ৰীযুত বসন্তকুমাৰ বৰুৱাই ৰাৰ ষ্টেটত তহটীলদাৰ কাম কৰে। পকোৱাৰ বৰুৱা শাখা। ভিত থকা বঙ্গাল বৰুৱাৰ হৰিহৰৰ বংশৰ মনোমোহন ডিমু পৰিত্যাগ কৰি নলীৰ ওচৰৰ গোলি গাৱত (বৰ্তমান নিজ পকোৱা) বসতি কৰে। বঙ্গাল বৰুৱাৰ কথা লিখোতে আহোমাজে হৰিক ১৮ খান গাওঁ দান কৰাৰ কথা উল্লেখ কৰা হৈছে। এই ১৮ খান গাৱৰ গোলি গাৱে। এখন। মনমোহনে এই খটক উঠি আহি ঘৰ-বাৰী কৰে। এওঁ গোলি গাৱক আহোঁতে উপাস্য দেবী মহামায়াৰ পুৰোহিত আৰু ভকত আদি লগত লৈ আহিছিল। ইয়াত এক ঢালৰ কোৰ মাটি আছিল বুলি প্ৰবাদ চলি আহিছে, কি বৰ্তমানে কমি গৈছে আৰু সেইবোৰ খেৰাজ-নিম্পিখেৰাজত পৰিণত হৈছে। মনমে হনে লগত আনা পুৰোহিত আৰু ভকতবিলাকক কিছু কিছু মাটি দান কৰিছিল। শ্ৰীযুত মুকুম বৰুৱাৰপৰা জানা যায়-ত। চিন এতিয়াও আছে। মমমোহনৰ পুত্ৰ-পূষ্পমোন; এ নিঃসন্তান আছিল। পুষ্পমোহনে পকোৱা মৌজাৰ শিমলীয়া গাৱৰ ছায়াৰাৰ দত্ত নামৰ এজন কায়স্থ দৰা আনি পোন্য পুত্ৰ গ্ৰহণ কৰে আৰু তেওঁৰ নাম বকৃত ৰাখে। মোহন জীৱিত কাতেই বতৰ জাতক সমাপন কৰি তাপা গাৱৰ মায়ালিয়া দেৰীক বিয়া কৰাই দিয়ে। বকতম দয়ালু আৰু জ্ঞানী লোক আছিল। যতম দুই পুত্ৰ সৎসঙ্গ আৰু অমঙ্গ। এয়ম নিঃসকাল। সৎ পানী আৰু আৰী পুৰুষ আছিল। এ বাসুদেৱ বিগ্ৰহক কিছু ভূসম্পতি দান কৰে বুলি বংশধৰৰপৰা জানিৰ পৰা যায়। আয়-বৃষ্টিই আমোল অদ্ভত গেলাম খালাচ হোৱাৰ সময়ত মিশ্ৰয় লোৰু কিছুমানক এও আশ্ৰয়