পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশাল সম্পত্তি বিকাৰী কৰি থৈ ' সমই নাবালক অৱস্থা থাকা যাবে আমে পাচতেই দ্ৰমোহন বগী হয় আৰু তাৰ লগে গ ডিন ভূ-গৰি ফুলগু পতীয়া গোসই লাজ কৰিছে। যে গৌৰীপুৰ ৰাজ বংশৰ স্বৰ্গীয় জৰিকাৰ তাপ খকে 'ডি লিল অনুসন্ধান কৰি চাৰতাৰপৰা ৰতিগৰ কে নিয়ে। আ৯ণ বাংলা চনত ফুল পুনেছি কাৎ শৰ্মাৰ পৰৰপৰা এই বংশ বীনালা দিয়ে। পাত লাখ শক এগৰীপুৰলৈ গাষ্ঠি পঠোৱাত তেওঁ যাক নোৱাৰি তে এই তত এখন শত্ৰ বৰুৱাৰ পঠাই দিয়ে। কৰ্তা বাহাদুকে খপতি বা নিজ ঋণৰ বুলি প্ৰমাণ পাই আনন্দ এলশ ফৰে আৰু সেই পুৰুষীনামা আৰু ৰুদ্ৰনাথ শৰ্ম্ম পল ৰা গত অতি মজেৰে ৰাখে। বৰ্তমান সময়লৈকে উক্ত পুৰুষীনামা আৰু পত্ৰ ৰাজ দপ্তৰত আছে। কৰ্তা বাহাদুৰৰ ভগ্নী স্বৰ্গীয় বৃন্দপ্ৰিয়া দেবীৰপৰা জানব পাৰা হৈছিল, যে কৰ্তা বাহাদুৰে নি অংশ। এই ঠানিটো পাই পৰম আনন্দ বোধ কৰিছিল। তেওঁ পোনতে এই ঠানিটো গৌৰীপুৰ তুলি নিৰলৈ মন কৰিছিল, কিন্তু পাচত ভৰিলে তুলি নিলে কিজানি ভবিষ্যতে তেওঁলোকৰ সন্মানৰ লাঘব হয়; সেই দেখি গৌৰীপুৰক তুলি নিনি ঘুল্লা পৰণৰ কালভোবা মৌজাৰ ৮ তে বিশ জমিৰ এটা ভোট দিয়ে। তাৰ পাচত আৰু জীৱিকাৰ কিবা ব্যৱস্থা কৰিবলৈ মন কৰোতেই কৰ্তা বাহাদুৰ স্বৰ্গী হয় (১২৮৭ চন)। এই বংশৰ বংশধৰ শ্ৰীযুত ভগবান চ বৰুৱা মহাশয়ৰপৰা জানিব পাৰি, যে তেওঁৰ খুড়াক ধনপতি বৰুৱা কৰ্তা ব্লাহা বৰ্মী হবৰ সময়ত ৰাজ চৰকাৰৰ কিবা এটা তদন্তত আগমনী নামৰ ঠাইলৈ গৈছিল। কৰ্তা বাহাদুৰে শেষ সময়ত ধনপতি বৰুৱাৰ খবৰ কৰিছিল-সম্ভবত সেই সময়ত ওচৰত থাকিলে আৰু কিবা জীৱিকাৰ লোৱ কৰিলেহেঁতেন। বৰ্তমান গৌৰীপুৰৰ মাননীয় ৰাজা শ্ৰীযুক্ত প্ৰভাত চন্দ্ৰ বৰুৱা বাহাদুৰে ১৩৫৮ চনত এই ঠানিক বংশধৰসকলক গৌৰীপুৰত ঘৰ-বাৰী আৰু কিছু সম্পত্তি দিয়াৰ ঠিক কৰিছিল বলে, কিন্তু তাৰ পাচতে নামা হঠাৎ অগী হোৱাত সি হৈ নুঠিল। কিন্তু বৰ্তমান সময়লৈকে বংশৰ এই শাখা ৰাজা বাহাহুকে নানা প্ৰকাৰে সহায় কৰি আছে। চলতি ব-এথে শান্ত-শিষ্ট অমায়িক পুৰুৰ আছিল। হাতৰ আখৰ অতি ধুনীয়া আছিল। এখেতক সাধু বুলি সকলোৱে মন কৰিছে। গোণী বলা যৰৰ এ কাজ সম কাম চাবলৈ ফু ভগৱম চত্ৰ কৰা মহাশয়ে ৰাজাৰু প্ৰতিনিধি হিচাৰে কাম কৰে। ৰঙা ৰ বংশৰ চামভাত পা এই শাখাটোক “ৰাজাৰ ঘৰ কোনে