সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

any more Wত এতিকে লোকে কয় লিজ শিল্পত গাফি খানে আমাৰ কুমাৰে এই শিল্প ও ভিতৰত বিশেষ নাৰ কৰিছে। আমি বলতে আৰু এই শিল্পৰা আন আন শিখি খুব খাত। একুৰে কলিকতাৰ দিশা লিখে মা মিত্ৰ মহাশয়ৰ কৰা যি কৰে। বৰ কুৰি কাষৰ লগত এই ৰাশৰ এয়ে বৈবাহিক লা পা কুমাৰ বিন জ্বাৰ গাৱত সকলো। (চামতাত থকা) : গোয় আজ বংশৰ “বাল বৰা” নামৰ এটা শাখা কামৰুপত আছে। এই শখ কৰিব য এ পুল ৰিংৰৰ বংশধৰ। কথিত আছে যে প্ৰায় তিনি শ মান বছৰৰ আগতে বাঙামাটিীয়া বৰুৱা পৰিবাৰে কামাখ্যা দল কৰিবলৈ কামৰূপ আহে, আৰু কিছুদিন কামাখ্যাত বাস' কৰি কামৰূপৰ তীৰ্থাদি দৰ্শন কৰে। হৰি অতি শৈষ্টিক আৰু দেৱ-দ্বিজৰ প্ৰতি ভক্তিমান পুৰুষ আছিল; তেওঁ কামৰূপ তীৰ্থে ভৰা দেখি তাক ত্যাগ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। হৰিহৰৰ ভাব দেখি ৰাজপৰিয়াল চিন্তিত হয় আৰু তেওঁক ভাব পৰিবৰ্তন কৰি ৰাঙামাটিক ফিৰাই নিবলৈ যত্ন কৰে; কিন্তু প্ৰায় একবছৰ অপেক্ষা কৰও যেতিয়া হৰিহৰ ভাৱৰ পৰিবৰ্তন নেদেখিলে তেতিয়া বাধ্য হৈ তেওঁক কামৰূপত এৰি ৰাজপৰিয়াল বাঙামাটিক ফিৰি যায়। - এই সময়ত কামৰূপ আহোম ৰাজাৰ অধীন হৈছিল; আৰু পৰ্বতীয়া গোসাই আহোম ৰাজাৰ গুৰু হৈ বৰ ক্ষমতাশালী হৈ উঠিছিল। হৰিহৰে কামাখ্যা পাহাৰত পৰ্বতীয়া গোসাইৰ ওচৰত দীক্ষিত হয়। পৰ্বতীয়া গোসাইৰ জৰিয়তে আহোমৰাতে হৰিৰৰ পৰিচয় পাই আৰু তেওঁৰ কামৰূপৰ প্ৰতি অনুৰাগ দেখি পূৰ্ব পাৰ পৰণাৰ (বৰ্তমান বৰিণোগ মৌজাৰ ভিতৰত ডিমু নামে গাৱত ৰাস কৰিব দিয়ে। এই সময়ত আহোমৰাজে হৰিহৰ জীৱিকাৰ নিমিত্তে শখোৱা, গলিগাওঁ, মুগদি, মূলাঘাটা আদি ১৮ খান গাওঁ নিৰ কৰি দিয়ে আৰু ১০ ঘৰ ভকত দিয়ে। হৰিহ বাঙামাটিৰপৰা আহি কামৰূপত বাস কৰা ৰাৰে আহোতে এওঁক “বলাল বৰুৱা” নাম দিছিল। হৰিহৰ তিনি পুৰুৰ ডিমুত বাস কৰাৰ পাচত তেওঁৰ নাতি দুৰ্গামোহন অলপ বসতে অগী হয়। তেওঁ মৰাৰ সময়ত কাৰ্যা গৰ্ভৱতী আছিল; ততক্ষণত, তেওঁৰ এটি পুত্ৰ সন্তান জন্মে কি দিনৰ দিনা কা সুতিকা ঘৰতে স্বৰ্গী হয়। এই পুত্ৰটিৰ নাম সূৰ্যমোহন। সুমোহনৰ মাতামহ কাপ জামতা গায়। জনাৰ্দন তালুকদাৰ আছিল। তেওঁ জী-জোৱাই অকাল মৃত্যু খৈ নিজে ডিমুক আমি মোহন চামুতালৈ লৈ যায় আৰু তাত প্ৰতিপাত কৰে।