পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪) কাৰ লাৰ সংত শিক্ষা কাৰণে তা • ফা (১৩) সাত টোল, হাইস্কুল, বালিকা, এৰ তৈয়াৰ কৰি দিয়ে। টোল আৰু হাইলৰ অনেক ক্ষাত্ৰ যা যা লক্ষ বলাজা’ দিয়ে। টোলৰ বাৰে ৰাজা বাহাদুৰৰ বছৰত ১৪০ টকা আৰু হাই লয় ৩৫০ টকা খৰু ৰাজাহান্বৰে ১৮৯৬ খৃঃ অন্ধত বাণী সদ্যোজবালা সেখীজিকে তেখেত পৰাকী নিকিতা ধৰ্মৱতী, আৰু দয়াৱতী মহিলা আছিল। ৰ'ৰায়ে? জেখেতে দেশ গীতিনীতি সম্বন্ধে যত গোড়া আছিল। তেখেতে অনেক ফায় বিষাক আনি নিজ বা টোল ভিতৰত বিৰা আশ্ৰমৰদৰে আশ্ৰমৰ ব্যক্ত কৰি ৰাখিলে। তেখে তিনি পুৰুৰী মাতৃ হোৱাৰ পাচতেই গামিনী হয়। ৰাণৰ অকাল বিয়েগত বহুত না কায়স্থ সবাই মাতৃহা বোধ কৰিছিল। ৰাজা বাহাদুৰ দয়ালু পৰোপকাৰী, বিনয়, নৈষ্ঠিক, পণ্ডিত, বহুদশ আৰু এজন খ্যাতনামা চিকাৰী। এখেতেই প্ৰাচীন কামৰূপ কায়স্থ সমাজ কৰ্ণধাৰ। এখেতৰ উৎসাহ আৰু সহায়ত আমাৰ প্ৰাচীৰ কামৰূপ কায় সমাজৰ ইতিবৃত্ত” সংগৃহীত হৈছে; আৰু এখেতৰ সাহায্যতেই ই প্ৰকাশ হল। এই বৃহৎ গ্ৰন্থ ছপা কৰাৰ উদ্দেশ্যে ১৯৭৮ চনত দয়ালু ৰাজা বাহাদুৰে এক হাজাৰ টকা আমাক আগমন দিয়ে , আমি ইয়াকেই আশীৰ্বাদ স্বৰপে গ্ৰহণ কৰি ইয়াৰ লগত অলপ টকা যোগ দি নলবাৰীত “উমা প্ৰেছ" নামৰ এটি মুদ্ৰাযন্ত্ৰ স্থাপন কৰে, আৰু তাত জয়জয়তে প্ৰাচীন কামৰূপ কায়স্থ সমাজৰ ইতিবৃত্ত কাম আৰম্ভ কৰে। এই ছপা যন্ত্ৰত প্ৰায় কুজিন ডেকা লৰাই সামান্য তাৱে বৰ্তমানে জীৱিকা নিৰ্বাহ কৰিব ধৰিছে। ই নিবনুৱা সমস্যাৰ এটি অতি ক্ষুদ্ৰ সমাধান হলেও ইয়ো পৰম দয়ালু ৰাজা বাহাদুৰৰেই দয়াৰ কামবোৰৰ এটা। ৰা বাহাদুৰৰ এই দানৰ বাবে আমি চিত। গৌৰীপুৰ ৰাজচৰকাৰে দিয়া নিৰ ভূমি- দেৱোত্তৰ ভূমি (অনুমান) ১৮৫০ বিঘা ব্ৰহ্মোত্তৰ ভূমি লাখেৰাজ ভূমি ১০৩৫০ বিঘা ৰাজকুমাৰ অযুত প্ৰমথেশ বৰুৱা-এওঁ ১৯০৩ খৃঃ অৰত জন্ম গ্ৰহণ কৰে। মাননীয় ৰাজাহান নিজ ঘৰতে পোনতে কুমাৰক শিক্ষা দিয়ায়। কুমাৰ সংস্কৃত আৰু ইংৰাজী বিদ্যা ভালেখিনি ঘৰতে পিকা কৰাৰ পাচত কলিকতাৰ শ্ৰেটিডেন্সি কলেজৰপৰা ১৯২৪ চনত বি, এচ চি পাচ কৰে। কুমাৰ দুবাৰ বলাতলৈ যায়;'শেষত কুমাৰে কথা ছায়া চিত্ৰ শিল্প শিক্ষা কৰে। কুমাৰ আসাম কালিলৰ সত নৰ্বাচিত হৈ কেই বছৰৰ বোগ্যতাৰে জনসাধাৰণৰ অভাৱ-অভিযোগ কাউন্সিলত দাঙি ধৰে। > ২৯৫০ 21 wa