পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰিৰণ এ মাংশ হয় নি বিলি কি কৰে। চিকিৎসা বিগত ১৭ পতিত ... 99 এ পানীৰ বি- ২ এখেতে বিৰোৰ কাম কেিছ তাৰ কেইটামান তলত সে কৰা হল- (১) সালক অৱ পোৱাৰ আগতেই কুইন্টন পাৰিাৰ সাহায্য অৰ্বে ০৩ টা গাৰ

(২) ১৮৯৫ খ এত আগমনিত এখন ডাক্তৰখানা, ধুবুৰী দাতব্য চিকিৎসালয়ত সংক্ৰামক ব্যাধি বিগ নিৰ্মাণ কৰে। (৩) ” সুফ, পাটানাৰী আৰু ফজলত তিনিখন আইনৰ ফুল আৰু নিৰ মিশ্ৰীৰ ভিতৰত হত পাঠশাল ল স্থাপন কৰে। ০) পিতাফ স্থাপিত গৌৰীপুৰ আইনৰ স্কুলখন ১৮৯৯ + অৰত হাইস্কুলত পৰিণত কৰে। (৫) আশৰ চীফকমিচনাৰ কটন চাহাৰৰ নামত ধুবুৰীত এটা পুস্তকালয় স্থাপন কৰে। (৩) ৰায় বাহাদুৰ জগন্নাথ বৰুৱা আৰু মাণিকচত্ৰ বৰুৱা মহাশয়ৰ লগত যোগ হৈ আসামত আসাম এচেচিয়েচন” নামৰ এখন জাতীয় সভা স্থাপন কৰে; আৰু এখেতে ডিব্ৰুগড়ত বহা এই সভাৰ অধিবেশনৰ সভাপতি পদ প্ৰহণ কৰে। (৭) ৰাজা বাহাদুৰ ইবাৰ আসাম কাউন্সিল সভাপতি নিৰ্বাচিত হৈ দেশৰ বহুত হিতকৰ কাৰ্যত যোগ দিয়ে। ওপৰত উল্লেখ কৰা মাণিকচন্দ্ৰ বৰুৱা মহাশয় ৰাজা বাহাদুৰৰ সহযোগী আছিল। (৮) আসামৰ কেইবাজন ছাত্ৰক ৰাজা বাহাহুৰে বৃত্তি দি কৃষি-শিল্প শিক্ষাৰ বাবে জাপানলৈ পঠাইছিল। (১) ৰাজা বাহাদুৰৰ সাহায্যতেই জাপানত শিক্ষা লাভ কৰি অহা অযুত লক্ষেশ্বৰ বৰ ঠাকুৰ মহাশয়ৰ (বৰ্তমানে কৃষি বিভাগৰ ডাইৰেক্টৰ) হতুৱাই মৰিয়ানিত এখন কুঁহিয়াৰৰ বাগিচা খোলে। এই কুঁহিয়াৰ বাগিচা পাচত চাহ বাগিচাত পৰিণত হয়। (১০) গৌহাটীৰ মথুৰানাথ বৰুৱা মহাশয়ৰ Advocate of Assam নামৰ ইংৰাজী সপ্তাহিক বাতৰি কাকতৰ ৰাজা বাহাদুৰ পৃষ্ঠপোষক আছিল। (১১)' ৰাজা বাহাদুৰৰ সময়তেই গৌৰীপুৰ ৰাজবাটিৰ আঠাৰ কোঠা আৰু মাদাৰীবাগ নিৰ্মিত হয়। (১২) ৰাজা বাহাৰে বহুত ব্ৰাহ্মণ-কায়ক জোট আৰু লাখেৰাজ দান কৰে। তেখেতৰ দান এতে ৪৫০ বিঘা আৰু লাখে ৩০০ বিধা। (১৩) বা বাহাছৰে পূজনীয় অমৃতভূষণ অধিকাৰী ঠাকু মহাশয়ৰ যাৰ কাম মোৰ ব্যাখ্যা কয় আৰু নিজ ব্যয়ে তাক পা কৰি দিয়ে। পূজনীয় পণ্ডিত ৰমা গোয় বিলাৰ মহাশয় সংস্কৃত এ একশত অনেক সাহায্য কৰে।