পাচ তে আছে কি জামিল আৰু গোলে আলমগ এই পাঁচ পৰমণৰ " চৌধাৰীদেৱৰ যুগৰপৰা বুলিৰ পৰা কানে ক্ষে মহল ফুল বকা দিয়ে। বুল ফাৰ ল কৰীৰ পাত্ৰ সময়ৰপৰা বাঙামাটি এই॥ বানী। কোম্পানীৰ সময়ৰপৰা এই বংশৰ এবানলোকে আশ”। - না। ইউইণ্ডিয়া কোম্পানীৰ আৰত এই কথা বলা যায় কফি দিৰ লগিছিল কোম্পানীয়ে এই লে না যায় নি। এ পোন ৰেষ্টি কৰিব নোৱাৰি ১৭৮৪ খৃষ্টাব্দত এই মিন খান ৩,১০ টা যা কৰে। পাক জমিদাৰ হয়। en 3 ৰী বৰুৱাৰ মৃত্যুৰ পাছত তেওঁৰ বিশ্বৰ গাৰ্লামেৰীয়ে বিশেষ আয়েক কৰিব ও পুনৰ পূৰ চকগো অংশ ক্ষণে ও কানে কাকে নাকি জল পাইছিল। এৱেই এই বংশৰ সদব্ৰত” স্থাপন কৰে। এওঁৰ পত্নী তাৰিপ্ৰিয়া দেবী শীলা আৰু বিদ্যোৎসাহী মণী আছিল। এৱেই দেশৰ সংহত শিক্ষাত উৎসাহ দিবলৈ এটা সংস্কৃত চতুপায় হল কৰে আৰু ব্ৰাহ্মণ ছাত্ৰবিলাকক খোৰাক-পপাছা দিয়ে। ধীৰ ৱাৰু চত তেওঁৰ পুতেক এপচ বৰুৱা ১৮৫০ খৃঃ অব্দত তেওঁ ৰাঙ্গামাটি ত্যাগ কৰি গৌৰীপুৰলৈ উঠি আহে। ইয়াত তেওঁ এখন মাইনৰ স্কুল আৰু ডাক্তৰখানা পাতে। এও এখন যোগাবশিষ্ঠ ৰামায়ণ প্ৰকাশৰ ভাৰ লয়। যোৰা ১৮৬৫ খৃঃ অৰৰ ভূতান যুদ্ধৰ সময়ত এওঁ গবৰ্ণমেণ্টক বিশেষভাৱে সাহায্য কৰে; তাতে গবৰ্ণমেন্টে এওঁক ৰায় বাহাদুৰ" উপাধি দিয়ে। ১৮৬৯ খৃঃ অত এওঁ গৱৰ্ণমেণ্টক জিলাৰ সদৰ স্থাপন কৰিবলৈ ধুবুৰী দান কৰে। বাঙামানীয়া বৰুৱাৰ ঘৰে জাহাঙ্গীৰ বাদচাহৰ সময়ৰপৰা “বাজা’ উপাখি পাই আহিছে। গতিকে প্ৰতাপচন্দ্ৰ বৰুৱা মহোদয়ক ৰায় বাহাদুৰ” উপাধি দিয়া দেখি তেখেতে চনদ লৈ দৰবাৰত উপস্থিত হবলৈ ভাল নাপালে; তাকে দেখি সেই সময়ৰ ডেপুটী কমিচনাৰ মিঃ ক্যাম্পবেল চাহাবে চনৰ দিবলৈ নজে গৌৰীপুৰত উপস্থিত হয়। ৰায় প্ৰতাপচন্দ্ৰ বৰুৱা বাহাদুৰ সাহ আৰু দেশহিতৈষী গুণৰ বাবে ৰীচ লোডিং বন্দুক উহাৰ পায়। এওঁ ১৮৬০ খৃঃ অত নিঃসন্তান অৱস্থাত স্বৰ্গী হয়। এওঁৰ বিধবা পত্নী ৰাণী ভবানীপ্ৰিয়া দেবীয়ে খুমী কৰি থৈ যোৱা উইলৰ বলত ১৩১২ চনলৈ ৰাজ্য শাসন কৰে আৰু কুমাৰ শ্ৰীযুত প্ৰজাতন্ত্ৰ বৰুৱা মহোদৱক পোষ্য হণ কৰে। ভবানীদেবী “ল্প” উপাধি লাভ কৰিছিল। ৰাণী ভবানীদেবী অতি ধৰ্মপৰায়ণা আৰু দয়াতী ৰা আছিল। তেওঁৰ অনেক জনহিতকৰ কামৰ ভতৰত কাশীধামৰ গঙ্গা মহল্লাত সন্ত্ৰ স্থাপনেই প্ৰধান কাম। তাত প্ৰতি দিনে ২৫ জন ব্ৰাহ্মণে খাবলৈ পায়। ১৯০৯ খৃষ্টাব্দত ৭৭ বছৰ বয়সত তেওঁ কাশপ্ৰাপ্ত হয়। কুমাৰ প্ৰভাত বৰুৱা বাহুৰ ১৮৯৬ ২ষ্টাব্দত সাবালক প্ৰাপ্ত হয় আৰু ১৯১১ চনত ৰাখা, উপাধি লাঙ্গ কৰে। এখেতে সাধাৰণৰ হিৰ হাত
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৫
অৱয়ব