পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰ ৰা অঞ্চ * ' একৰিখে আলি খান। জলিল এটি খিলে কি পজি এ যা যা খুনিখেন ল মত আনাম খুৰঞ্জীৰ মতে কবি আল মামলায় নি। বংশাৱলীৰপৰা না খায়-কবিশেষ অতি ধাৰ্মিক আমিাল দিনে ছিল। এল তেওঁ এদিন ৰাতিপুৱা শো কৰিবলৈ বাহিৰলৈ যাওঁতে দৈবদেগে আগতীক লাগ পায়। কবিশেখৰে শৌচ কৰিবলৈ লৈ যোৱা লেটাৰপৰা পানীলৈ নিজৰ পাত ছটিয়াই যে অণত মাষ্টাব্দে সুখাই পৰে। ভগাতীয়ে বাট এৰি দিবলৈ বিশেক লাঠি মাৰে; এই হাটা লাঠি কৰিশেখৰ নীৰৱে সহ কৰাৰ পাচত ৭ম বা লাঠি মাৰাৰ পাচত সামাৰ কষ্ট পেৱা শৰ তেওঁৰ সুৰ ওলোৱাত ভগৱতী ভক্তৰ অতি অলৰ ব দিয়ে যে “তই নাইবা তোৰ খং শাবলৈ কোলে আশা কৰিলেও তোৰ ঘৰত অধিষ্ঠাত্ৰী দেৱীৰপে অধিষ্ঠিত থাকিম আৰু তাৰ পাচত যিমানদন এৰ ভক্তি থাকি সিমান দিনলৈ অচল থাকি। এই বুলি কৈ গতী ফতুজা মূৰ্তি ধৰিলে। ৩ কবিশেখৰে সভক্তিৰে এগৰ বি ত ই ঘৰলৈ আহিল। তেঙিৰেপৰা এই দশভূজা বিগ্ৰহ সী মহামায়া মানে গৃহাধিষ্ঠাত্ৰী দেৱীপে অন্য মন্দিৰত সদায় নানা উপাৰে বংশ পৰম্পৰা অৰ্চিত হৈ আহিছে। কবিশেখৰৰ এই নিচিনা প্ৰভাৱ দেখি বোধকৰে। কামৰূপ বুৰীত এক প্ৰথম কাননগো” বুলিছে। কবিশেখৰৰ তিন পুত্ৰ-শ্ৰীনাথ, কুশনাথ আৰু হৰিনন। ইয়াৰ ভিতৰত জ্যেষ্ঠ পুত্ৰ এনাবে “কবিৰ বৰুৱা” নামে খ্যাত হয়। তেওঁ বাদাহ চাহজাহান আৰু আওঙ্গজেবৰ যিবোৰ চনদ পায় সেইবোৰত পূৰ্বে উল্লেখ কৰা চাৰি চৰকাৰৰ কাননগোত বহাল ৰাখে। ইয়াৰ বাহিৰে তেওঁ ভাল কাৰ কৰা বাবে বহুত চনদ পায়। এইবোৰ চনৰ এখনৰপৰা জনা যায় যে এই কবিৰ কোচবিহাৰ প্ৰাণনাৰায়ণৰ সৈতে যোগ হৈ ৰচাহৰ আদেশ অমান্য কৰি খুড়াকৰ পুতেক জয়ানন্দৰ সৈতে ষড়যন্বত লিপ্ত আছিল। পাচত কৰিৰ পুতেক দেৱৰাজে বাদচাহৰ কৃপা লাভ কৰি ১৬৬৫ ষ্টাৰত কানুনগোৰ চনদ লাভ কৰে। দেৱৰাজৰ পাচত তেওঁৰ ভায়েক গোকুলচাদে কেইবছৰমান কানুনগো পদ পাইছিল। কিছুমান জনসাধাৰণৰ প্ৰীতিকৰ কাম কৰি বহুতৰ শ্ৰদ্ধা ভাজন হয়। এও এওঁৰ সদৰ বাসস্থান বাঙামাটিত ভাঙৰ ডাঙৰ কিছুমান ধৰ্মপীঠ স্থাপন কৰে। বহুত চনদ আৰু দান পত্ৰত এইবোৰৰ উল্লেখ আছে। গোকুলচাদৰ মৃত্যুৰ পাচত এওঁৰ ভতিজাক দেবীপ্ৰসাদ কানুনগো হয়। এওঁ উক্ত চাৰি চৰকাৰত স্থায়ীভাৱে কানুনগো হোৱা বহুত চনদ আছে। ১৬৬৭ খৃ: অষৰ চনৰপৰা জানা বাং-এও এই চাৰি চৰকাৰৰ চৌধী আদিৰপৰা দৰ” আৰু “নানকাৰ” ফিজ আদায়ৰ প্ৰত্ব পায়। বাচ্চা আওৰবেৰ ২৫ম ৰাজত্বৰ বছৰত যিলায়াৎ কোচ কানুনগো দেবীপ্ৰসাদক বি চনৰ দিয়া হয় তাত এওঁৰু পৰগণ। বাহিৰৰ ঢাকি আৰু বৰিৰ গুৰ আৰু নানক ফি আদায়ৰ ক্ষমতা দিয়ে। এতেকে এই সময়তেই এই বংশই ক্ষমতা প্ৰাধান্য আৰু ভাগ্যৰ শীৰ্ষস্থান লাভ কৰে। দেৱৰাজৰ বংশ দেবীপ্ৰসাদৰ পুত্ৰ-গৌৰীপ্ৰসাদতেই লোপ হয়। এ লিয়ন হো কাৰে এই বৃহৎ বংশৰ বিশাল ৰাজ্য গোকুলচাখ পৰ-সূচত্ৰই লাভ কৰে। ১৭৭৪ প চ মৃত্যু