পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰি লগাই বিষিকাকে গলা দিয়ে গান গাৰু কেচোঁখী, কেতোকো পাটোৱাৰী, লঙ্কৰ বিষয় কি মৰে যি কে ও ১৯ গ - আমায় কি যিনি সালাত সিংহাসনে বলি তাৰ , পাল সী লোহিত বিয়া লিল। কাজটি এম কে কি কবিনে কি না। কৰিশখ মুখপাত্ৰ উল্লেখ না কাৰণ পতেই টি অস্থা হয়। কিন্তু গৌৰীপুৰ ৰাজদগুৰৰ কাগজ-পত্ৰ চালে দেখা যায়ৰীৰ পাই এখন কাননগো হয় আৰু তেওঁ ১৬২৮ খৃষ্টাব্দলৈ জীৱিত থাকে। পৰীক্ষিত নাৰায়ণৰ ৰাজ # ১০৩-১৬১০ আ; আৰু লোৰুতিত জানা যায় যে, বঙ্গ নবাবে যেতিয়া পৰীক্ষিতক আগ্ৰালৈ লৈ যায়, সেই সময়ত ফিৰি আহাত পলম হোৱা হেতু ৰাজপৰিবাৰবৰ্গৰ ভিতৰত অশান্তি হয়। তাকে দেখি-ন কৰীৰ পাত্ৰই ৰজাৰ সংবাদ লবলৈ বুলি আগ্ৰালৈ যায়। এই সময়ত ব্ৰিকেনীত ৰাৰ মৃত্যু হলত মোগল সম্ৰাটে কৰী পাত্ৰকেই কোচ হাজোৰ কাননগো পদ দি এই প্ৰদেশৰ দেৱানি, ফৌজদাৰি আৰু ৰাজৰ বিষয়ৰ সকলো ক্ষমতা দিয়ে। কৰী পাত্ৰই পৰীক্ষিতৰ মন্ত্ৰীত্ব নকৰাই সম্ভৱ; লক্ষ্মীনামায়ণৰ ৰাজবাৰৰপৰা আহি সভবতঃ এওঁ নিজ পুত্ৰ কৰিশেখৰ ওৰফে ৰঘুনাথক কোচহাজোৰ প্ৰধান পাত্ৰ নিযুক্ত কৰি দি নিয়ে বিষয় কৰ্মৰপৰা অৱসৰ গ্ৰহণ কৰিছিল; পাচত পৰীক্ষিতৰ মৃত্যু হলত মোগলসম্ৰাটৰ কাননগো নিযুক্ত হয়। কবীজ পাই এই সময়ত ৰাদচাহৰপৰা কিছুমান নিৰ ভূমিও লাভ কৰে। ইয়াৰ চনদ ৰাজত এতিয়ালৈকে ভালদৰে ৰক্ষা কৰিছে। কৰী পাত্ৰ ছয় পুত্ৰৰঘুনাথ (কৰিশেখৰ), কবিবল্লভ, বিষ্ণুদে, মহাদেৱ, নিন,আৰু নিত্যানন্দ। কবিশেখৰ কোচৰজা ধীৰনাৰায়ণৰ সময়ত বিখ্যাত হৈ উঠিছিল; আৰু পিতাৰ পাচত জাহালীৰ চাহৰপৰা কোচ হাজোৰ কাননগো পদৰ চনদ লাভ কৰে (১৬২০ + )। এই চনৰ গৌৰীপুৰ ৰাজপ্তৰত অতি যজেৰে ৰক্ষা কৰিছে। মোগল বাচাহে কৰিশেখৰক “ৰাজা” উপাধি দিয়ে আৰু তেওঁৰ “পা” দিয়ে। এই সময়ত এও খুটাঘাট পৰগৰ ৭০০ বিঘা নি ভূমি লাভ কৰে; পাচত আৰু নখন গাওঁ নিৰ পায়। অকান্ত চনৰ ভিতৰত মোগল বাদাহ জাহাঙ্গী এখন চনৰ লাভ কৰে—তাহ তেওঁৰ পূৰ্ববৰ্তীসকলক বিবোৰ লাশেজ দিছিল সেইবোৰকেই পুনঃ উল্লেখ কৰি বহাল ৰাখে। এওঁৰ পাসনৰ বৃষলতা দেখি সম্ৰাট সক্ত হৈ ১৬৩৫ খৃষ্টাৰত এওঁক পুনৰ এখন চনদ দি এ জমিদাৰীৰ গত বহুত লাখো ধান কৰে। বিমান চনত এক কোচবিহাৰৰ কানুনগো বুলি উল্লেখ কৰিছে।

  • বোৰ গাত লিখা দেখি কি ভুলি দি পায় এল।