পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। সন ১১৩৫ ল ... ... কানুয়া বৈশ্য হৰিকেশৰ বেটা পদু কং বা কলিতা সুৰা চং বা চাল দামুয়া চং বা চাল বামুন ৰামনাৰান নিমু সৰ্বেশ্বৰ গণক বুন্ন ... মগণীয়া ফকিৰ আলিয়া ওং বা মোচলমান ভাল মানুহ বা জ্ঞাতি ছান্দা কায়স্থ -1° ... -16 ... >-10 ... ১ ১ নিজ পাইক বামুন গণক জ্ঞাতি মুঠ-১০ ঘৰ পানীয়া ওৰফে পানীন্দ্ৰ বড়কায়স্থ ৰজাৰপৰা ২০০ সেৰ জমি (৪৮০০ পুৰা বা ১৯২০০ বিঘা), বৈশ্য, কলিতা, চৰাল ও মোচলমান পাইক ৫ ঘৰ, বামুণ ৩ ঘৰ, গণক ১ ঘৰ ও জ্ঞাতি ১ ঘৰ মোট ১০ ঘৰ মানুহ পায়, সৰুক্ষেত্ৰি পৰণাৰ ঘিলাঝাৰী গাৱত বাস কৰি মুখেৰে থাকে। তেওঁৰ পৰিনাতি আনি বঘুদেৱৰ পাত্ৰ হয়। অনিৰুদ্ধে ২য় স্কন্ধ ভাগৱত লিখিছিল। “জয় জয় ৰঘুদেৱ নৃপতি বাঢ়োক। কৰে বৰ ৰাজা তাক্ত সাত প্ৰকাশ। সাগৰ মেখলা পৃথিবীৰ ৰাজা হৌক। সেই মহা নৃপতিৰ বিশাল সম্প্ৰতি। তাহাৰ প্ৰসাদে লোক মহা আনন্দিত। অনিৰুদ্ধ নামে কায়স্থ দলপতি॥৬২৫ কৰে নিৰন্তৰে সেৱা কৃষ্ণ চৰণত। দ্বিতীয় স্কন্ধৰ কথা অনেক প্ৰৱদ্ধে। যাৰ সুমঙ্গল কীৰ্তি জুৰি দিগপাশ। মতি অনুসাৰে বিৰচিলোপ ব।ে R