২৮ কায়স্থ সমাজৰ ইতিবৃত্ত। ছল কৰি মাতি নি বন্দী কৰি ৰাখে; প্ৰায় এবছৰৰ পাচত চণ্ডীবৰে পাণ্ডিত্যৰ গুণত মুক্ত হৈ পুনৰ লেঙা-মাগুৰিলৈ আহে। এই সময়ত দুৰ্লভনাৰায়ণৰ ভাৰ্যা ময়নাৱতীয়ে চক্ৰান্ত কৰি ধৰ্মপালক বধ কৰায়; দুৰ্লভনাৰায়ণ সমস্ত কামৰূপ-কমতাৰ একছত্ৰী ৰাজা হৈ উঠে। কিন্তু তেওঁ নিজক “গৌড়েশ্বৰ” বুলিহে পৰিচয় দিছে। ইয়াকে দেখি চণ্ডীবৰ আদি কেইজনমান ভূঞা * বৰনদী পাৰ হৈ পূবে ৰৌতাত বাস কৰেগৈ; তাৰ পাচত ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কিছুমান ঠাই অধিকাৰ কৰি শিৰোমণি ভূঞা হয়। দুৰ্লভ নাৰায়ণৰ সময়ত কামৰূপত কেইবাজনো বিখ্যাত কবি আছিল। এই কবিসকলে নিজ নিজ গ্ৰন্থৰ ভিতৰত দুৰ্লভাৰায়ণৰ অলপ অলপ কথা উল্লেখ কৰি গৈছে :- (১) কবি হৰিহৰ বিপ্ৰ—(অশ্বমেধ প৭) (২) কবি হেম সৰস্বতী—(প্ৰহলাদ চৰিত) “জয় জয় নৃপতি দুৰ্লভনাৰাযণ ৰাজ কমতা মণ্ডল দুৰ্লভনাৰায়ণ কমতাপুৰে ভৈলা বীৰবৰ। নুপবৰ অনুপম। সপুত্ৰ বান্ধয়ে যেবে সুপে ৰাজ্য কন্তোক তাহান ৰাজ্যত ৰুদ্ৰ সৰস্বতী জীৱন্তক সহস্ৰ বৎসৰ। দেৱজানি কন্যা নাম। তাহান ৰাজ্যত যত সাধুজন মনোমত তাহান তনয় হেম সৰস্বতী অশ্বমেধ পদ মাজে সাৰ। ধ্ৰুবৰ অ ভাই। বিপ্ৰ হৰিহন কবি হৰিৰ চৰণ সেৱি পদবন্ধে তেই প্ৰচাৰ কৰিলা পদবন্ধে কৰিলা প্ৰচাৰ।” বামন পুৰাণ চাই।” (৩) কাকবি কবিৰ সৰস্বতী—(জয়দ্ৰথ বধ) ছোট শিলা নাম আছে এক গ্ৰাম নুপ শিৰোমণি দেৱ মহামানী যত গ্ৰাম মধ্যে সাৰ। দুৰ্লভনাৰায়ণ ৰাজা। আছিল তথাত জগত বিখ্যাত পালিয়া সততে চক্ৰপাণি শিকদাৰ। পৃথিবীৰ যত প্ৰজা পটু নৰবৰ কায়স্থ প্ৰবৰ • হান নয় ভৈলা ধৰ্মমম ধৰ্মৱ মহাযশী। হল নাৰাষণ দেৰ। পণ্ডিত তিলক কুল প্ৰকাশক মহাবীৰ দীৰ স্বভাৱে গভীৰ নিঝলঙ্ক যেন শশী। নিত কৃত্য কৰিসেৱ। X X নিজ বাহুবলে পাই অবিকলে নিজ গুণ বলে লভিল সকলে অখণ্ড মহী মণ্ডল। ধন ধান সতকাৰ। যত ঘটে নামি সততে প্ৰণামি নৃপতি প্ৰধান দুৰ্লভ নাৰায়ণ বিপক্ষ নৃপসকল। প্ৰশংসয় বাৰে বাৰ। যত সৰ্বক্ষণ ইন্দ্ৰ নাৰায়ণ তাহান তনয় অতি শুভনয় বৰ দেৱ সদাশিৱ। কবিৰ সৰস্বতী। হৌক নৰেশ্বৰ পঞ্চ গৌডে দ্ৰোণপৰ্ব পদ জয়দ্ৰথ বথ পিতা পুত্ৰে চিৰঞ্জীৱ। কৌতুহলে নিগদতি।” চণ্ডীবৰৰ লগৰ শ্ৰীধৰ, পতি, চন্দ্ৰ ভূঞা আদি কেইজনমান ভূঞা বৰ্তমান কামৰূপতে থাকে। নিতে পুত্ৰৱতে X X
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫০
অৱয়ব