পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাস্থ সমাজৰ ইতিবৃত। ২৯ > > X > (৪) ৰামচৰণ ঠাকুৰ—(শঙ্কৰ চৰিত) প্ৰ •"পধ্বজ নামে ৩ান মহামঙ্গী। লাহাৰিয। নামে তান• আছিলেক পিতৃ। কায়স্থ কুলত তেহে মহা বুদ্ধিমন্ত। সিহজ মাৰি তান নজ্যিক লেলন্ত। (৫) পুৰুষোত্তম ঠাকুন শিষ্য ভুষণ বিজ—(গুৰু চৰি৩) প্ৰ • পপজ ভৈল সিটে নৰৰ ৰাজা। দুৰ্লভ • মই গান লভিল॥ •ৰ প্ৰপিল নিতে প্ৰজা। blaap rrithis all that

  • বী নামে আছে প্ৰতাপৰ ভাৰ্য,।
  • নাৰাৰণ তৈল ৩' ‘ভে ৰাঙ্গা।

কতশৰ দেখি বিশ মিলল॥ ~ • বসি এক বল পাইল॥ গডেশ্বৰে ৰাজ্য পাছে পাতিল। ক•ে দি।

  1. ৰিলন্ত সিটো মত। নৃপতিৰ চিন।

তান পাশে খাটে চাবৰ মহামান। দুলভ নাৰায়ণ দায়া কস্তু সম্প্ৰতি। এই সময ৩ “গৌড়েশ্বৰ” উপাধি। বৰ সন্ম নজনক আছিল; সেই কাৰণে দুৰ্লনাৰাষ- কামৰূপ-কমাৰ ৰাজা হলেও তেওঁক “গৌড়েশ্বৰ” বুলিছিল। তেওঁক অ+ ধৰ্মপালক সোড়েশ্বৰ বুলিবৰ আৰু এটা সুবিধা হৈছিল এই, যে তেওঁলোক উভযে প্ৰাচীন গৌড়ৰ পালবংশীয় ৰাজকোৱৰ আছিল। ৰামচৰণ ঠাকুৰৰ লিখাৰপৰা ভালদৰে প্ৰমাণ হয়, যে প্ৰাচীন গৌড়ৰ পাল ৰাজবংশধৰসকল পৰৱৰ্তীকালত কাস্থ বুলিযেই পৰিচিত হয়। দুৰ্লভনাৰায়ণৰ আহোমৰ লগত সংঘৰ্ষ-আহোম ৰাজ চুগাৰ ৰজনী ৰাণীৰ পুত্ৰ চাওলাই বিদ্ৰোহী হৈ দুৰ্লভনাৰায়ণৰ আশ্ৰয় লোৱাত দুলনাৰায়ণে চাপলাইক তো আহোম ৰাজ্য আক্ৰমণ কৰে; পাচত ব্ধি কৰি চাওকূলাইক চাৰিঙৰ ৰাজ। পতাই •িৰি যায (১০০০)। দুলভনাৰাশৰ প চ পুত্ৰ ইন্দ্ৰনাৰায়ণ ৰাজ। হয, এও সিমান বিখ্যাত নাছিল। এওঁৰ পাচ ৩ পাক সুচাৰু ৰাজ। ২। সুচাৰুযে দুলতে নাম গ্ৰহণ কৰে। ধৰ্মপালৰ পুত্ৰ তাম্ৰধ্বজ (অপ নাম ৰত্নপাল)। এওঁৰ বিৰ দ্ৰ কন্দলিযে দ্ৰোণ পৰ্বত (সাত্যকিব প্ৰবেশ) লিখিছে :—“শ্ৰীমন্ত তাম্ৰধ্বজ অনুজে ১ হিত। বৃদ্ধ ১ • ধৰ্ম শিশু বা বুদ্ধিত গৰ্ভাব ক্ষমান্ত শুন্য। যাহাৰ যশক সবজনে প্ৰশংসা। বিষ্ণুৰ ভক ও মহামায়াৰ সেৱক। পুত্ৰৰ সমান কৰি দৰিদ পলক। দুই ভাই। স্নেহ যেন ৰাম-লক্ষ্মণ। সান্ধৰে জীৱন্তক সহস্ৰ বৎ॥” ধৰ্মপাল মৰা পৰাৰ পাচত তাম্ৰধ্বজ উজাই আহি বৰ্তমান দৰ জিলাৰ কন্যা গ্ৰাম বাস কৰে (কামৰূপ বুৰঞ্জী ৪ পৃঃ)। এওঁৰ লগত কলি উপাধিৰ ব্ৰাহ্মণ আহ। অনুমান ষ। তাজ উজাই আহা সমত টেন্মুৱানীত চণ্ডীবৰে শিৰোমণি ভূঞা ৰাজ্য স্থাপন কৰে; তেওঁৰ প্ৰথম পত্ৰ বাজধৰ টেৰানীত আৰু ২ পুত্ৰ গদাধৰ উত্তৰ পাৰে ৰোঁটাত পাকি দেশ শাসন কৰে। তাৰধ্বজৰ পুত্ৰ সোমপাল। সোমপালৰ পুত্ৰ ৰামচন্দ্ৰ বা প্ৰতাপসিংহ। ৰামচন্দ্ৰে দাধৰ ভূঞাক পৰাস্ত কৰি বৰনদীলৈ ৰাজ্য বহলায় আৰু বিশ্বনাথৰ উত্তৰে এটা গড় নিৰ্মাণ কৰি প্ৰতাপপূৰ নাম দি ৰাজধানী স্থাপন কৰে। পৰৱৰ্তীকালত