পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাষ সমাজৰ ইতিবৃত্ত। বিহাৰলৈ এই বংশটো দাবিডৰপৰা আহিছিল; গতিকে আমাৰ দৰ বুৰঞ্জী তোৰি বংশ দাবিড়, বাৰ আৰু পশ্চিমৰপৰা আহা বুলি উল্লেখ কৰিলেও সব’’ এক কথাকে লিখাৰ দৰে হৈছে। কৰ্ণসুবৰ্ণ প্ৰাচীন গৌড, ৰাজ্যৰ এক অংশ; সেই কাৰণে ধম ল'ক (গশ্বৰ বুলিছিল; • কিন্তু পৰৰ কামৰূপণ অধিপতি হোৱা বাবে তেওঁক “কামেশ্বৰ” বা “কামৰূপেশ্বৰ” বুলিও কোনো কোন পুথিত উম্পে কৰা দেখা যায়। ৰপৰ বাৰে গৌডৰ মধ্য; গৌড ইতিৰপৰা জানা • • -ধৰ্মপালৰ ৰাজধানী ৰংপুৰৰ দিন। প' ৰ অন্তত ধৰমপুৰ নামে ঠাই , অল। ++ টিন চাহ'বে ধৰ্মপপ গৰমপুৰৰ" এখান না। ওঁৰ বুৰঞ্জীত দিছে। এই বণ। ৰামচৰণ কুৰৰ গুৰুচৰি ৰিপৰা বুজিব পাৰি। ৬ ইতিহাসৰপৰা জানা যায এওঁ বৰজাৰ (বৰ্তমান জলপাইগুৰি, কোচবোৰ, গোৱালপাৰা, ৰূপ আদি) ৰাজা মাণিকচকুৰ (প তাপধ্বজৰ) পাণা ময়নাৰ হীৰ ভগ্নী বনমালাক (সাল্লাক) বিবাহ বৰে। প্ৰতাপধ্বজৰ কেইবাজনীও ৰা আছিল , পাৰ্বতী প্ৰথম মহিষী আছিল—দুল নাৰায়ণ তেওঁৰ পণ। (শঙ্কৰ চৰিত)। ধমপাল আৰু দুৰ্লভনাৰাষ। সন্ধত ককাই-ভাই আছিল; গুৰু চৰিতত “বেলেগীস' ভাই" বুলি উল্লেখ কৰিছে। ইয়াৰপৰ বুজিব পাৰি দুযো একে বংশৰ ৰাজা আছিল। এই সময়ত দুৰ্ভাৰায়ণে “গৌড়েশ্বৰ” * আৰু ধৰ্মপাল বা ধৰ্মনাৰায়ণে “কামেশ্বৰ নাম লৈছিল। ধৰ্মৰাণৰ ৰাজ্য পশ্চিমফালে সচ দৃৰ নাছিল বৰ্তমান ৰংপুৰ জিলাৰ কিছু অংশ ও দুৰ্ল নামণৰ ৰাজ্যৰ ভিতৰত আছিল বুলি বোধ হষ। ' ধৰ্মপালে ধৰমপুৰত ৰাজধানী পাতি ৰাজ্য বহলাবলৈ যত্ন কৰোঁতেই দুয়োজন ৰজাৰ ভিতৰত যুদ্ধ ঘটে আৰু পাচত সন্ধি হয। ধৰ্মপালে কিছু• ৮ শ্ৰেণাৰ লোক খোজা দুৰ্লভনাৰায়ণ চাবৰ আদি কায়স্থ বীৰ আৰু কেইজনমান বাহ্মণ পণ্ডি ৩ সপালক দিয়ে। পপালে তওঁৰ ৰাজ্যৰ পূব অঞ্চল বৰ্গ। কৰিবলৈ এইসকল বাৰক কামৰূপ নগ ও স্থাপন কৰে ' চণ্ডীবৰ আদি ভূণাসৰলে ধৰ্মপাল পূবৰ ৰ• • অলপ পশ্চিম-উত্তৰে লে কম গুনি ও বাস এই ভূ শাসকলে বৰদৰপ হাজোৰ ওৰলে মেয়ে বাস কৰি (লোকৰ স্মৃতিচি- ৰূপে “লেঙাই গাওঁ,” “মাগুৰি, “ভোমাৰ বা' (ভূঞাৰ ৰা), “ডিমে (ডিমলা), “বৰহাট।” (বৰহাট) আদি কিছুমান গাৱৰ চিন আছে। চণ্ডীবৰ আদি ভূধকল কামৰূপৰ পূব অঞ্চল ও কিছুদিন পাকাৰ পাচত দুৰ্লভনাৰায়ণে ভূঞাসকলক হাত কৰিবলৈ যত্ন কৰি অকৃতকাৰ্য হয়; পাচত চণ্ডীবৰক সখি কৰিম বুলি at সাদশ শতিকালৈ ৰংপুৰ, মৈমনসিংহ আৰু লিটন কিছু অশক গাছ" লোল। প্ৰমাণ পে'। যায়। History of India by M Martin Vol 111 Page 164 দুৰ্ল'ৰায়ণৰ লগত ধৰ্মপালে সৰ্গি কৰি ৰাজধানীলৈ ঘূৰি অহাৰ কৰা ৰচৰণ ঠাকুৰে লিখিছে :—“কোত চৰিয়া প্ৰহ্মপুত্ৰ উজাল , কত দিন আপনৰ ৰজাক পাইল। মৰমাতে গিয়া পাড় নৌক। চপাইল , তাম্ৰজ শু•লেক পিতৃ আসিল।” 1 (1) মিকৰিব। “পঞ্চাগাডে তদসম্ৰাট মিচকাসনে। ( শিয়সেম) মহাব্ৰতা"। (৩) কল – পৰমেশ্বৰে হোচেচাহৰ কপা লিখিছ—“পঞ্চগৌrড়ত যাৰ পৰম সুখ'fত।' (মতান্তৰে সহপাল) (৩) যশোৰ জখাই লিখিছে-“শীযুত হসন জগত সৃষণ, পক গৌড়ম্বৰ ভোগপুৰৰ।” এই সম্বন্ধে সোডৰ ইতিহাসত লিখিছে যে পৰৱৰ্তীকালত “গৌড়েশ্বৰ” উপাধিট। এ সম্মানজনক হৈ উঠিfল যে ভূমি শৃষ্ণ ৰজ'য়ে কি পঞ্চপাডথৰ” বুলি পোৰ বোধ কৰিছিল।