পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

6 কাস্থ সমাজৰ ইতিবৃত্ত। এই সময়ত এগা মল্লিক যুজবেকে কামৰূপ আক্ৰমণ কৰে (১২২৫ খৃঃ অব্দ); এওঁ কামৰূপনগৰ অধিকাৰ ৰিছিল। সন্ধ্যা ৰা এই সময়ত সম্ভৱতঃ ৰঙিযাৰ ওচৰৰ বতমান সন্ধ্যাঝাৰত আহি আছিল; পাচ বাৰি। পৰা তেওঁ যুজবেকক আক্ৰমণ কৰি পৰাস্ত কৰে। ইয়াৰ পাচত সন্ধ্যা বাজাই নামনিৰ কলে গৈ কমতাপুৰত ৰাজধানী পাতি বিদেশৰ আক্ৰমণক বাধা দিবলৈ যত্ন কৰে। পৰৱৰ্তী কালত এই নাজধানীযেই c' হৈ উঠে। সন্ধ্যাৰ পাচত তেওঁৰ বংশৰ তিনগুন ( জা হয় : শেষ ৰাভা সিংহ- পলজে কিচুদি ৰাজত্ব কৰ পাচত তেওঁৰ মন্ত্ৰী প্ৰতাপধ্বজে তেওঁক মাৰি ৰাজা হয় • আৰু তেওঁ কমতা- পৰপৰা জল্পেশ্বৰলৈ ৭জধানী স্থানান্তৰিত ববি গৌড় নাম দি ৰাজা হয়। এই গৌডক গুৰু চৰি তত গোগৰীয়া পুলিছে। প্ৰতাপধ্ব পু। | দুৰ্লভ নাৰায়ণ। সিং লজ নিহত হোৱাৰ পাচ ৩ জেতাৰি মুনিসে। ধৰ্মপাল নামৰ আন এজন গেড কোৱৰক বামপৰ পুৰণি ৰাৱধানী কামৰূপনগৰ? অনুমান ১৩৪০ খৃ: অ ওঁ ৰাভা পাতে। ধৰ্মপাল সম্ভৱতঃ জেতানি মুনিৰ পোষ্যপুত্ৰ আছি; সেই কাৰণে ধৰ্মপালক আৰু তেওঁৰ বংশধৰসকলক তোৰি বা জিতাৰি বোল। পালক গুৰু চৰিতত ধৰ্মনাৰাষণে বুলিছে। এখন কামৰূপ বুৰঞ্জীত ধৰ্মপালৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ গোদণ্ড পৰ্ব ৪ অৰু অন এখন কবেৰাচলত বুলি লিখিছে। দুয়োখ একে পৰ্বতে। হব পাৰে। এই সমমতে তেওঁ গৌড, কনোজ, মন্দাৰ ওলা, জবইসাহান, ব্ৰিট বাৰকৰ এই ছয়-ঠাইৰপৰা বাহ্মণ, কায়স্থ, কলিতা লোক আনি পণ্ডিতৰ সভা। কৰি কামৰূপত ৰাজত্ব কৰিছিল। শুৱালকুচি বা মা ‘ণ ধৰ্মপ,লে আনা বুলি প্ৰবাদ আছে। চণ্ডীবৰ আদি বাৰ ভূঞা ও এই সময়তে কামৰূপলৈ শপ বুৰক্ষা ৩ ধৰ্মপাল কামাখ্যাদান। এ পষ্ট হৈ ভটাই যোৱাৰ কথা আছে; সম্ভৱতঃখ- 'লে। শপ গৰত কিবা অসুবিধা পাই কুবেৰাচললে যায় আৰু তাৰ পাচত ভটীযাই গৈ প্ৰাচীন কংবণ • (বাৰেন্দ্ৰ গো৬ •) কমতাপুৰ নগৰ স্থাপন কৰি ৰাজধানী পাতে। সমশে কৰ্ণসুবৰ্ণত ৰাজধান! পা তাত গে ডেৰ দুল ভাষণে বিষম ভাবি তেওঁৰ লগত ৰণ, কৰে। এই ১মম • bাবণৰ wি y দেৱ গৌডত আহিল; তেওঁ দুৰ্ণভাৰমণৰ পক্ষে ৰণ কৰে। এই সম্বন্ধে ও+ৰি • • আছে -“ল ণ্ডাদেৱ • ‘য..! পুৰু। এ ত। অস্ব-শস্য-শাস্তুত যে বৰই পাৰ্গত। পৰম সৰ ধৰি বুদ্ধি ও সাগণ। পৃথিবী ৩ নহিক লণ্ডাদেৱ সমসৰ বঙাল মাৰিবে গৌড়েশ্বৰ পাঞ্চি দিল। সমস্ত ধাটা চিনি এক বৰল।" (শৰ চৰিত-ৰামচৰণ ঠাকুৰ।) ঙ •ৰ নৰ পি • • ৩ন, ধৰ্পাল আৰু দুৰ্ল নাৰাযণ তিনিওজন পুৰণি গোঁড়ৰ ক্ষত্ৰিয় ভাল ৰাজবংশৰে সন্তান মাছি। জোৰি বশ স্থাপন কৰোঁতাক আমাৰ এখান কামৰূপ বুৰঞ্জীত দ্ৰাবিড দেশয আৰু এবান বিহাৰৰপৰ আই। ওলি লিখিছে। গৌড়ৰ পাল ৰাজবংশৰ কথা আলোচনা কৰিলে দেখা যায় পাল ৰাজা বলে প্ৰথমে বিহাৰত ৰাজত্ব কৰিছিল, পাচত গৌডলৈ আহি, গৌড়েশ্বৰ হয। । “৩ নামত এক ক্ষযি অসিলা। ভাৱে মাধৱক সেৱি ৰাজা ভৈলা। কুৰাচলত পাটকৰি ৰজা খাইল। ঞি৩ ৰিয অrি নামচ •ল॥ ও ৩ চতুৰ পুৰুষ ভৈলস্ত” ৰাজ বংশাৱলীৰতিকান্ত দেৱ (কামৰূপ ,নুসন্ধান সমিতি পকা॥ গৌড় ইতিহাসত জানি নামৰ বৌদ্ধ সন্ন্যাসীৰ নাম পোৱা যায় , এওঁ কৰ্ণসুবৰ্ণৰ সনাতন ৰাজাৰ পুত্ৰ আছিল , 'কম শিলাত •য় মহীপ ন ৭ ৰ চিত এওঁ সৰ (Hostel) স্থাপন কৰে। এই জেতানি নিয়েই কামৰূপৰ ধৰ্মপাল পালক পিতা বুলি অনুম' ক'ৰব পাৰি। । ক'মৰূপৰ বুৰী আছে। । -