কায় শ ইতিবৃত্ত। ৰাম এগোপাল মূৰ্তি স্বস্তীন্দ্ৰ চন্দ্ৰাদি দিবিৰচ্ছন্দ্ৰবলিত পাদপদ্ম শ্ৰীগোবিন্দপদদ্বন্দাৰ বিন্দবিগলখাজিক দালনন্দিত মনোমৈত্ৰানৰ অৱত কুলমলকমলবিক্ৰান্ত প্ৰচণ্ডমাণ্ড স্বৰ্গনাৰায়ণদেৱ চন্দ্ৰকানুসিংহ নৰে তৎপদসেবক লাখ বংশজ মহামাত্য প্ৰবৰ বৃহৎফুকুনেন দত্ব ধৰ্মোত্তৰ প্ৰমান পত্ৰিকেয়ং। এতদ্বিবৰণং কামৰূপ দেষৰ বভুৱা ও বৰকায়স্থ ও চৌধাৰি ও পাটোৱাৰী ও সিংচাৰ তালুকদাৰ ও ঠাকুৰিয়া সকলো সাবধানে সুনিব বড়বঙ্গষৰ পৰণাৰ অলীপুব তালুকৰ জি এল পুব গ্ৰামৰ জোখাৰ উবাৰ মাটী ১০ দহপুৰা বডি ২ দুপুৰা উবাৰ বিল মদন কামদেৱৰ খাটৰপৰা যীয়লাৰ বডিলৈ মদন কুডি এচোৱা বড়বঙ্গৰ পৰগণাৰ বাইহাতা তালুকৰ নিজ • ইহা গ্ৰামৰ জোখাৰ উবাৰ মাটী ১০ দহৰা বড়ি ২ দুপৰ স্বতন্ত্ৰ তালুকৰ আলকুচি গ্ৰামৰ উবাৰ বি- ভেৰি ভোব ১টা ৰ পুণ্যাৰ্থে ৬তলে ভথো চৌহাৰিক ধৰ্ম্মত্তৰ বৰি দিয়া গল- অত বাজে "নক ৰকৈ ধি (?) মালবৈ তালুকৰ সাতগাঞৰ জোখাৰ উবাৰ হাবি দলনি মাটি ৪৮ দুকুৰি আঠ? ৬৬ৰ অ'গত নিত্যে নৈবিদ্য দি বন্তি জলাই ক আশীৰ্বাদ কৈ ভাবিব (?) পৌত্ৰাদি ক্ৰমে পৰম সুখে • কৰি থাকিব—ইহ মাটি বিগত কৰ কাটল, পদ, পঞ্চক বে১ বেগাৰ চোৰ চিনলা ধুমুচি মৰেচা জনৰ বক্ষাৰ চকি ফাট হাট খাট দান খুত সৰ্ব ৰাব পৰিত্যাগ হৈল (?) কেনোজনে অন্যথ। • 'চৰৰ ইতি—শক ১৭৪৩ তাৰি-১০- শ্ৰীৰাম শ্ৰীগোপাল বাসুদেব সিব ৩ ৬ ১৭৪৩ সকত আঘণৰ ২৮ দিন জায়াত লীং মদাৰতাৰ চৰাত পঞ্চ সভাসদ বিদ্যমানে বিষ্ণু চৰণ 'ৰ স্থানে লেখিত বৰবঙ্গষৰ পৰণৰ তালুক বায়হাতাৰ ঠাকুৰীয়া টেড়িমা বায়ত মনু কাৰ।
- টেৰিয়া এইহতক মুক্ষ কৰি সমস্ত গা কৈছে বলে তোমাৰ নামঘৰত থাপিত মুৰ্ত্তিৰ ভোগ
পূজা অছ। চলাই দেৱ আসিৰ্বাদ কড়ি কুশল চিস্তি থাকিবড় নিমিত্যে আমাৰ নিজ গ’ঞৰ পূৰ্বৰ পাতনী জোখৰ উবাৰ জলাতন ভয়াই ভোবা সহিতে মাটি ১০ পৰা সকা টোলৰ ••কে তোক ধৰ্মৰ কৰি দি•••••••••তোমাৰ পুত্ৰ পৌত্ৰাদি ক্ৰমে ৮ কুশল চিস্তি পৰম সুখে ভোগ কৰি থাকিবা য়াই ভোবাৰ মাটিৰ হৰ পূৰ্বে টেৰিয়া পাইকৰ সিমা পচিমে তলিৰ ঘৰবাড়ি কান্ধাই সিমা উত্তৰে পাই মাটি সিমা দক্ষিণ পাইকৰ সিমা-বড়ি সিমা পূবে আলিৰ বাট পশ্চিমে বসিষ্টিয়া দেৱৰিয়াৰ জমিষ সিমা দক্ষিণে সৰু ৰখৰ তৰিয়া এৰি সিমা ই মাটিৰ কৰটল পদ পক বডি পু••••••