পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাৰ ইতিবৃত্ত। বকায়দা বংশ। কামৰূপৰ বুৰঞ্জীত এই বংশটোক নাৰায়ণ গোমঠাৰ বংশ বুলি উল্লেখ কৰিছে (১২৫ পৃঃ)। পৰপাণি—আহোমৰাজ ৰাজেশ্বৰ সিংহৰ দিনত এওঁ গড়গাৱত ৰাজখোৱা বিষয় কৰিছিল। এওঁৰ মূল পুৰুষ কোন ঠিক কৰিব পাৰা নহল; কিন্তু বংশ পৰম্পৰা কান্যকুজাগত কোনো ভূঞাৰ সন্ততি বুলি চলি আহিছে। আমাৰ অনুমান এওঁ কাশ্যপ গোত্ৰীয় শ্ৰীধৰ ভূঞাৰ বংশধৰ। ভোগীৰ ভূঞাৰ ছয় পুত্ৰ উজনীলৈ গৈছিল; তাৰেই কোনেজনৰ পুত্ৰ বা কোনেজন পদ্মপাণি হব লাগে। ত্ৰিপুৰ ভূঞা-এওঁ আহোমৰাৰ প্ৰিয়ভাজন হৈ উঠে আৰু স্বজাতি থাকা কামৰূপক আহিব খোজাত শেৱালকুচিৰ উত্তৰে বংশৰত সাত শ পূৰা নিৰ ভূমি লাভ কৰি তালৈ উঠি আহে। এওঁ বৰ প্ৰতাপী লোক আছিল; নানা ঠাইৰপৰা জ্ঞাতি আনি বংশৰত পাতি লয়। মেঘনাৰায়ণ-এওঁৰ সময়ত ৰামচন্দ্ৰ নামৰ এজন জ্ঞাতি বৰ আঢ্যৱন্ত হৈ উঠে আৰু গুৱাহাটীৰ বৰফুকনৰ অনুগ্ৰাহত তেওঁ মদাৰতোলাত চৌবাৰা হয়। ৰামচন্দ্ৰে মদাৰতোলাত ঘৰ কৰে আৰু তেওঁ নিজ কন্যা অহল্যা? মেঘনাৰায়ণৰ পুত্ৰ হৰিনাৰায়ণত বিবাহ দি মদাৰতোলালৈ তুলি আনে। হৰিচৰণ আৰু ৰামচৰণ: নামৰ পুৰ। ৰামচৰণে মোমায়েকৰ বিষয় লাভ কৰে; আৰু তেতিয়াব পৰা পুনৰ এই বংশৰ প্ৰ:প' বা, ধৰে। বিষ্ণুচৰণ ওৰফে ভথে। বকায়—আহোমৰাজ চন্দ্ৰকান্ত সিংহৰ দিনত এওঁ বৰকায়স্থ হয়। বিষ্ণুচৰণ যrিe বৰক'ম? ' ' ' আচলতে কিন্তু তেওঁ সেই অঞ্চলৰ বুজৰ বৰুৱাৰ কামতে কৰিছিল। এওঁৰ সন্ম! • : বৰফৰ তল, অলি। সেই সময়ৰ কামৰূপৰ পূব অঞ্চলৰ সমস্ত বৰুৱা, বৰকাই, চোৰ', *:: দি : বৰকায়স্থৰ অধীনত আছিল। এওঁ শাসন কৰা ঠাইৰ সীম। উত্তৰে ভোট, : "':ৰাপ হ, পৃৰ বৰ। আৰু পশ্চিমে পাগলাদিয়া নদী আছিল বুলি বৰ্তমান শাই, • • bা নদীৰ পাৰত তেওঁৰ থানা (সদৰ) আছিল; অভি-কালি এ >{ইক : '৭ •! 1 , ," বোলে। তেওঁ অলৈ-তলৈ যাবলৈ নিজৰ পিলখানাত বোলে ২২ ০ ২ ১ ::; কে বা ক'ৰবাক গলে জোৰ হাতীৰ ওপৰত চাতপ তৰি ১২ শ মানুং ৩ লৈ ৰা, ব'? ৮ল। তথে। বৰকাইথ গুৱাহাটীক গলে গোপেশ্বৰ আৰু চকিত জিৰ লৈছিল। এই জিবৰ ২২ত একোচটা শিলত আউজি তেওঁ জিৰণি লৈছিল। শিল দুটাত বলে সেই কথা লিখা আ'ল। গুৱাহাটীক গলে তেওঁ পাণুতেই বাস কৰিছিল আৰু তাৰপৰা গৈ বৰফুকনক দেখা কৰিছিল। ইয়াৰ উপৰি চন্দ্ৰকান্ত সিংহৰাজাই এই বংশৰ স্থাপিত গোপাল বিগ্ৰহৰ সেৱা-পূজাৰ অৰ্থে ৩ ই লিখা মাটি ধৰ্ম্মোত্তৰ কৰি দিছিল :-