পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

860 কায়স্থ সমাজৰ ইতিবৃত। ঠে বেগাৰ চোৰ চিনাল ধুমুচি মাৰেচা•••••••••দান খুত মাগন খৰছ ইত্যাদি পলাপচা ৰাজত বিতিবেকে সৰ্ব বা পৰিত্যাগ হল আৰু আমাৰ চৌধাৰি পটোয়াৰি তালুকদাৰ ঠাকুৰিয়া কোনেএ এই মাটিৰ ওপৰত দিয়া পৰদৰে আমোল দন্তৰ চলাব নাপাই এই নিবন্ধে ভোজ ভাত খাই বাটা পিন্ধি আত্মামনুমালে ধৰ্মৰ পত্ৰ লেখি দিয়া গল। ইচাদ (১৭ জন মানুহৰ নাম আছে। বিষ্ণুচৰণ চৌধুৰী ওৰফে থৌ বৰকায়স্থে নিজৰ ঘৰত অনেক ব্ৰাহ্মণ আদি সংস্কৃত জনা পণ্ডিত ৰাখি বহুত সংস্কৃত পুথি লিখিছিল। তেওঁ নিজেও সংস্কৃত বিদ্যাত বৰ পাৰ্গত আছিল। তেওঁৰ নিজহাতে লিখা অনেক সংস্কৃত পুথি দেখিবলৈ পোৱা যায়। তেওঁ নিজহাতে লিখা আয়ুৰ্বেদ শাস্ত্ৰৰ মূল গ্ৰন্থ বৃহৎ কল্পদ্ৰুম নামেৰে পুথি এখন আছিল। সেই পুথিত তেওঁৰ কিছুমান বিবৰণ লিখা আছে বুলি শুনা যায়। বৰ্তমান সেই পুথিখন বৰকায়স্থৰ পৌত্ৰ শিবচৰণ চৌধুৰীৰ হাতৰপৰা এই ফইচলাৰ সহিতে স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে নিছিল বুলি এই বংশৰ বংশধৰ শ্ৰীযুত অম্বিকাচৰ চৌধুৰীৰ টোকাৰপৰা জানিব পৰা যায়। - হৰি ভূঞাৰ বংশ (পাটোৱাৰী শাখা) বৰমাখিবাহা পোঃ টি। গোত্ৰ—কৌশিক। শ্ৰীহৰি ভূঞা ১ জগতনাৰায়ণ ভূঞা-এওঁৰ ওপৰৰ ৩৪ পুৰুষৰ নাম হেৰোৱা বুলি অনুমাণ হয়। সত্যনাৰায়ণ 18 গোপালনাৰায়ণ ১ ধনোৰাম তালুকদাৰ বৰমাখিবাহা ২। গোবৰ্ধন মজুমদাৰ [ডাঙ্গৰ দিয়াত আছিল ওৰফে তন্ত্ৰেৰ মজুমদাৰ ভা: ৰাধিকা জানাৰায়ণ ভূঞা ভবাননভূঞা বললাম তালুকদাৰ ভাঃ যমুনা ধনেশ্বৰ তালুকদাৰ > ৰামান তালুকদাৰ, ১ মিত ২/ ৰঘুনাথ পাটোৱাৰী