পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰ সমাজৰ ইতিবৃত্ত। ২ - জনাৰ্দন-পৌত্ৰ মধুৰাম; তেওঁ শান্তিৰাম, থানেশ্বৰী আৰু ফাহিম নামে ৩ টি সন্তান লগত লৈ কোৱাৰ পৰা মদাৰতোলালৈ উঠি যায়। মদাৰতলীয়া বিখ্যাত ভয়ে বৰকাষস্থ তেওঁৰ শালপতিকে অছিল। থানেশ্বৰীক উক্ত বৰকায়স্থৰ ভতিজা দেবীচৰণ চৌধুমীত বিষ দিছিল। দেবীচৰণ চৌধুৰী ইংৰাজ আমোলত ৰেভিনিউ পেঞ্চাৰ আছিল আৰু তেওঁ এজন নামজল পুৰুষ আছিল। ১ মোহনৰায়ৰ ২য় পুত্ৰ উত্তম নাৰায়ণৰ বংশৰ হৰিনাৰায়ণ-এৱে। ইংৰাজ আমোলত গুৱাহাটীত সদন আদালতত ওকাতি কৰিছিল। মোহনৰায়ৰ ৩য় পুত্ৰ বিদ্যাপতিৰ বংশ শ্ৰীযুত চন্দ্ৰপতি মহন্ত-এওঁ সাধু, উদাৰ আৰু নিভিক পুৰুষ। ২০০২৫০ ভকতক এতিয়াও (৭৫ বছৰ বসত) কোনো ১০ ১২ মাইল খোজ কাঢ়ি গৈ নিজে ৰান্ধি বাঢ়ি খুৱাম। এও স্বাস্থ্যবান আৰু ক্ষমাশীল। দৈৰ্য্যৰ বাবে এওঁ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ। এওঁ সদায হাঁহি মুখে শিষ্যসকলক উপদেশ দিয়ে' এওঁৰ ঈশ্বৰত বিশ্বাস অটল; নিয়তিৰ বিধান সুন্দৰ হাঁহি মুখে মানি লোৱা পুৰুষ হিচাবে এওঁ আদৰ্শৰ স্থল। ৩৷ শ্ৰীযুত ভূপতি দত্ত বি, এ,-বৰ্তমানে স্কুল শিক্ষকতা কৰে। নাট্য কলাত বিশেষ বৰ্ণিত আছে। ৯ মোহনৰায়ৰ ৪ৰ্থ পুত্ৰ জনাৰ্দনৰ বংশৰ- বীৰনাৰায়ণ দত্ত-এও পটোৱাৰী কাম কৰিছিল আৰু বহুত ভূসম্পত্তি আজিছিল। । শ্ৰীযুত শিৱৰাম দত্ত-(জন্ম ১৮০০, ১৪ শাওণ) পিতাকৰ সাতোট। সন্তান ক্ৰমে অকাল মৃত্যু •? তেওঁৰ পিতা আৰু জেঠাকৰ কামনা মতে শ্ৰীশ্ৰীব্যাসকুচী সৰাধিকাৰ আৰু ভাগৱতী গোসাইৰ শীবদৰ ফলত এওঁৰ জন্ম হৈছে। এওঁ গবৰ্নমেন্ট স্কুল শিক্ষকতা কৰিছিল। পেঞ্চন পোৱাৰ পিচত •ম যত্ন কৰি পাটবাউসী, বালি সত্ৰ, পিলেশ্বৰ আৰু বানেশ্বৰ দোলয়ৰ ধৰ্মোত্তৰ, দেবোত্তৰ মাটি ন মৰ পৰা উদ্ধাৰ কৰে। তাৰ পাচত ক্ৰমান্নয়ে সাত বছৰ নেৰানেপেৰাকৈ গবৰ্ণমেণ্টলৈ লিখালিখি কৰ সামৰ ধৰ্মানুষ্ঠানবোৰ সংৰক্ষণ আৰু পৰিচালনাৰ বাৰে এজন বৰ্মচ। নিয়োগ কৰায়, আৰু এক কালীন দান (Andowinent) সম্পত্তি ৰক্ষ। বিষযক আইন সম্পাদন কৰায়। এওঁ বৈষ্ণৱ ক ন অৰু পঞ্চাভাস নামে দুখন বৈষ্ণৰ গ্ৰন্থ প্ৰণ কৰে। দেবোত্তৰ ভূমি উদ্ধাৰ কৰা সম্বন্ধে এটা অচনি (Scheine। তৈয়াৰ কৰি গবৰ্নমেন্ট ওচৰত সমূহীয়া নিবেদন (Deputation) নাইছিল তাৰ ফলত নিলাম হোৱা ধৰ্মেওৰবোৰ উদ্ধাৰ হয়। এখেতে কৰা কাম সম্বন্ধে কামৰূপৰ ডিপুটীকমিচনাৰ দুগৰাকীয়ে দিয়া অভিমত তলত দিয়া হল- Srijut Sibram Dutta is known to ine for several years; I consider him to be a reliable gentleman. He is a devoted disciple of the Pathausi Satra which has recently suffered an untoward vicissitude in consequence of arrears of revenue. He is out for collecting funds to re-establish this ancient institution. I can confidently say that he is earnest and sincere in this work. Gauhati, (Sd.) D. Sarma 6/1/36 Dy. Commr (on leave)