পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ কায়স্থ সমাজ ইতিবৃত্ত। T৪ উমা উত্তম লক্ষ্মীনাথৰ মাতৃ চামত স্বাঃ হংস বালিকৰিয়া সোণাৰাম ভাঃ ভূবন সত্যনাৰায়ণৰ কন্যা বালিকৰিয়া শ্ৰথাৰাম ভা: পটেশ্বৰী খ্যাতি মলৰ কন্যা বেলশৰ কন্যা কন্যা ] কন্য। 1 কন্যা ৰশ্মীপ্ৰিয়া কুণ্ডপ্ৰিয়। কৌশল্যা ৰোহিণী যোগেন্দ্ৰ শ্ৰীশৰৎ নৃপেন্দ্ৰ পা: বুদ্ধিৰাম স্বাঃ চেনিৰাম স্বাঃ সম্ভদত্ত স্বাঃ কালী ভাঙনেশ্বৰী শিলা পকে'। খাৰশিঠা চামত দণ্ডৰ কন্যা, বালিকৰিয়া - আইকণ | কন্যা পাৰুল সুৰেন্দ্ৰ | কন্যা কামেশ্বৰী স্বা: ৰ। উলুবাৰী চাৰুপ্ৰিয়া শ্ৰীনগেন্দ্ৰ দেবেন্দ্ৰ ভ: কুমুদিনী পূৰ্ণচন্দ্ৰৰ কন্যা, (বনগাওঁ) কামৰূপ পুৰাবৃত্তৰপৰা না যায় মোহনৰায় ভূঞা শ্ৰীধৰ ভূঞাৰ বংশধৰ। সম্ভৱতঃ ভোগৰৰ গোমঠাৰ ১৮ পুত্ৰৰ যি ৬ পুত্ৰ উজনীক আৰু যি ৬ পুল ভাটীৰ ফালে গৈছিল, তাৰ কোনোজনৰ বংশৰৰ হব পাৰে। এই বংশৰ পূৰ্বাপৰ চলি অহা যি কথা শুনা যায় তাৰপৰা জানিব পাৰি মোহনৰায়—প্ৰথমতে পূবপাৰ পৰণাত বাস কৰে তাৰ পিচত পকোৱালৈ আহে। মোহনৰ।ৰ বংশধৰ কোনোবা এজন বৰুৱা আছিল আৰু সেই কাৰণে নিজ পকোৱা গাৱৰ মোহন ৰায়ৰ বংশধৰ- সকল থকা ঠাই খিনি এতিয়াও বৰুৱাবাৰী নামে প্ৰসিদ্ধ। পকোৱা গাওঁ পূৰ্বে নামবভাগ মৌজ'ৰ অন্তভুক্ত আছিল। মোহনৰায় সত্যনিষ্ঠ, ধাৰ্মিক আৰু বৰ বুদ্ধিমন্ত চতুৰ মানুহ আছিল। তেওঁ নিজ বুদ্ধিবলে এই ঠাইতে অনেক মাটি বৃত্তি উপাৰ্জন কৰিছিল আৰু এই পকোৱা গাৱৰ প্ৰায় ২৷ মাইল উত্তৰ পশ্চিমে খলিহা গাৱতো উপৰোক্ত আহোমৰাজ শিবসিংহই মোহনৰায়ৰ ৪ৰ্থ পুত্ৰ জনাৰ্দনক ষাঠি পূৰা নিৰ মাটি তামৰ ফলিৰদ্বাৰা দান কৰি দিছিল বুলি এতিয়াও প্ৰবাদ আছে। সেই •• পত্ৰ মানৰ অত্যাচাৰত হেৰোৱাত সেই মাটি ইংৰাজ আমোলত বাজেয়াপ্ত হৈ অন্যৰ হস্তগত হৈছে। আৰু উক্ত খলিহা গাও ইংৰাজ আমোলৰ পিচত ধৰ্মপুৰ মৌজাৰ অন্তৰ্ভুক্ত হৈছে। মোহনয়ে, ৰামদত্ত, উত্তমনাৰায়ণ, বিদ্যাপতি আৰু জনাৰ্দন নামে ৪ টি পুত্ৰ ৰাখি পৰলোক প্ৰাপ্ত হয়। তেওঁৰ ৩য় পুত্ৰ বিদ্যাপতি অতি ধাৰ্মিক আৰু উদাৰ পুৰুষ আছিল। তেওঁ পকোৱাৰ নিজ ঘৰত এখন সচঙ্গ (সৎসঙ্গী সত্ৰ) স্থাপন কৰে। সেই সত্ৰৰ তলত অনেক ভকত আছে আৰু এতিয়াও তাত নাম কীৰ্তন আদি নিত্য নৈমিত্তিক ক্ৰিয়াবোৰ নিষম মতে চলি আছে। মোহনৰায়ৰ ৪ৰ্থ পুত্ৰ জনাৰ্দনো ধাৰ্মিক আৰু ন্যায়নিষ্ঠ পুৰুষ আছিল। জনাৰ্দনৰ ৩য় পুত্ৰ মেঘনাৰায়ণৰ দিনত পকোৱাত শ্যামৰায় ঠাকুৰৰ চতুভূজ বিগ্ৰহ স্বল্পত পাইছিল আৰু সেই বিগ্ৰহৰ তলত অনেক মাটি বৃত্তি আছিল উক্ত বিগ্ৰহৰ সেৱা-পূজা ঐতিয়াও চলি আছে আৰু যি ঠাইত শ্যামৰায় ঠাকুৰৰ চতুভুজ মূৰ্তি পাইছিল সেই ঠাইডোখৰ এতিয়াও শ্যামৰায়ৰ ভূই নামে প্ৰসিদ্ধ। মোহনৰায়ৰ বংশধৰসকলৰ ভিতৰত কেই- জনমানৰ নাম উল্লেখ যোগ্য। গতিকে সংক্ষেপে ২৪ জনৰ নাম তলত লিখা হল।